• Home
  • »
  • News
  • »
  • entertainment
  • »
  • ফটোত দেখা এই কণমানিজনীক চিনি পোৱা ইমান সহজ নহয়! আজিৰ তাৰিখত কণমানিজনী বলীউদৰৰ শীৰ্ষস্থানীয় অভিনেত্ৰী

ফটোত দেখা এই কণমানিজনীক চিনি পোৱা ইমান সহজ নহয়! আজিৰ তাৰিখত কণমানিজনী বলীউদৰৰ শীৰ্ষস্থানীয় অভিনেত্ৰী

এই কণমানিজনীক চিনি চোৱাত বহুতৰে হৈছে অসুবিধা। এইগৰাকী কণমানি আজিৰ তাৰিখত বলীউদৰ ডিমাণ্ডিং অভিনেত্ৰী।

  • Share this:
কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আছে বলীউদৰ অভিনেতা-অভিনেত্ৰীসকলৰ অনুৰাগী। এইগৰাকী অভিনেত্ৰীৰো আছে সমগ্ৰ বিশ্বজুৰি অনুৰাগী। অভিনেত্ৰীগৰাকীৰ সৈতে ছলফী উঠিবলৈ বা অটগ্ৰাফ লবলৈ ভিৰ কৰে অনুৰাগীয়ে। পিছে কোন এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী?

বলীউদৰ অভিনেতা-অভিনেত্ৰীসকলৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও ইছ্যুক হৈ থাকে অনুৰাগীসকল। জানিব বিচাৰে ৰিলেশ্যনশ্বীপ ষ্টাটচৰ বিষয়েও।

ফটোত দেখা এই কণমানিজনী আন কোনো নহয়, তেওঁ হ'ল জনপ্ৰিয় অভিনেত্ৰী আলীয়া ভাট্ট। ফটোখন উঠোৱাৰ সময়ত আলীয়াৰ বয়স আছিল দুবছৰ। বৰ্তমান আলীয়া কেৱল অভিনেত্ৰীয়েই নহয়, এগৰাকী আগশাৰীৰৰ প্ৰযোজকো।
Published by:Himangshu Bhuyan
First published: