உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Childhood Photos : এইগৰাকী কণমানি আজিৰ দিনত এগৰাকী বিখ্যাত তাৰকা, চিনি পায় যদিহে মানিম আপোনাক!

    Childhood Photos : এইগৰাকী কণমানি আজিৰ দিনত এগৰাকী বিখ্যাত তাৰকা, চিনি পায় যদিহে মানিম আপোনাক!

    Childhood Photos : ফটো খনত আপুনি দেখা পাব যে এটি মৰমলগা কণমানিয়ে দেউতাকৰ কান্ধত হাত থৈ ফটোৰ বাবে পজ দিছে। আপুনি বাৰু চিনি পাইছেনে!

    Childhood Photos : ফটো খনত আপুনি দেখা পাব যে এটি মৰমলগা কণমানিয়ে দেউতাকৰ কান্ধত হাত থৈ ফটোৰ বাবে পজ দিছে। আপুনি বাৰু চিনি পাইছেনে!

    Childhood Photos : ফটো খনত আপুনি দেখা পাব যে এটি মৰমলগা কণমানিয়ে দেউতাকৰ কান্ধত হাত থৈ ফটোৰ বাবে পজ দিছে। আপুনি বাৰু চিনি পাইছেনে!

    • Share this:
    ছচিয়েল মিডিয়া অহাৰ পিছৰে পৰা ইণ্টাৰনেটত আজিকালি প্ৰায়েই কাৰোবাৰ নহয় কাৰোবাৰ ফটো ভাইৰেল হৈ থাকে। বিশেষকৈ বলীউডৰ তাকাৰসকলৰ ছবি প্ৰায়েই ভাইৰেল হৈ থাকে। এনেকুৱাই এখন ফটো আকৌ এইবাৰ ভাইৰেল হৈ পৰিছে। ফটোখন দেখাৰ পিছৰে পৰা নেটিজেনসকল ব্যস্ত হৈ পৰিছে এই অনুমান কৰাত যে ফটোখন আচলতে কাৰ? বহুতেই ফটোখনৰ আচল তাৰকাগৰাকী কোন অনুমানৰ চেষ্টা কৰি আছে বেছিভাগৰেই অনুমান ভুল প্ৰমাণ হোৱা দেখা গৈছে। গতিকে আপুনি যদি এই ফটোখন কাৰ চিনি পায় তেন্তে আপুনিও এজন সব্যসচী ৰূপেই পৰিগণিত হ'ব!

    ফটো খনত আপুনি দেখা পাব যে এটি মৰমলগা কণমানিয়ে দেউতাকৰ কান্ধত হাত থৈ ফটোৰ বাবে পজ দিছে। মন হৰি নিয়া মিঠা হাঁহিৰে এই কণমানিজনীয়ে দেউতাকৰ সৈতে ফটো উঠিছে। দেউতাকৰ জীয়েকৰ আনন্দৰ সৈতে চামিল হৈ মন খুলি হাঁহি ফটোৰ বাবে পজ দিছে। এই কণমানিজনী এতিয়া বলীউডৰ এগৰাকী ডাঙৰ তাৰকা। এতিয়া চাগে আপুনি চিনি পাইছে এইগৰকাী কোন?

    যদি এতিয়াও চিনি পোৱা নাই তেন্তে কৈ দিছোঁ, এইগৰাকী হৈছে বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজ (Ileana D'cruz)। এইগৰাকী ইলিয়ানা ডিক্ৰুজ যি ২০১২ চনত প্ৰথম বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰণবীৰ কাপুৰৰ সৈতে।

    ইলিয়ানা ছচিয়েল মিডিয়াতো যথেষ্ট সক্ৰিয় হৈ থাকে ৰু নিজৰ গ্লেমাৰাছ ফটো শ্বেয়াৰ কৰি থাকে। ইলিয়ানাৰ ফটোবোৰে অনুৰাগীক আকুল কৰি ৰাখে। ইলিয়ানাৰ ইনষ্টাগ্ৰামো তেওঁৰ হট ফটোৰে ভৰি আছে। ইলিয়ানাৰ এই ফটোবোৰ অনুৰাগীসকলে খুউব পছন্দ কৰে আৰু সেয়ে ইলিয়ানাৰ ফলোৱাৰৰ সংখ্যাও কেইবালাখ। পিছে এইগৰাকী কণমানি ইলিয়ানাক দেখি কেনে লাগিল, আপোনাৰ অনুভৱ জনাবলৈ নাপাহৰিব।
    Published by:Manjumoni Borah
    First published: