নতুন দিল্লীঃ বলিউড অভিনেত্ৰী তাপছি পান্নু (Taapsee Pannu) বৰ্তমান নিজৰ বহু প্ৰত্যাশিত চিনেমা ‘ৰশ্মি ৰকেট’ৰ (Rashmi Rocket) শ্বুটিঙত যথেষ্ট ব্যস্ত হৈ আছে। তাপছি সাধাৰণতে নিজৰ চৰিত্ৰৰ বাচনি আৰু অভিনয় প্ৰতিভাৰ কাৰণে যথেষ্ট চৰ্চিত হৈ থাকে। গম্ভীৰৰ পৰা হাস্যমধুৰ সকলো চৰিত্ৰতে মিলি যাব পাৰে পান্নু। কিন্তু শেহতীয়াকৈ এখন ফটোৰ কাৰণে বাৰুকৈ ছচিয়েল মিডিয়াত ট্ৰ’ল হৈছে তাপছি।
It is functionality, not glamour, that appeals to @taapsee. "I love dressing up, but comfort and ease of movement are vital. No pencil skirts, but shorts or saris for me. No sedans, but an SUV instead," she reveals.
_________________________________ pic.twitter.com/sHGPWgv5ns