মুখ্যপৃষ্ঠা » খবৰ

» মনোৰঞ্জন

»Viral video! ফটোৰ কাৰণে প’জ দিওতে অঘটন! অলপতে Oops moment ৰ পৰা সাৰিল সুস্মিতা সেন

Viral video! ফটোৰ কাৰণে প’জ দিওতে অঘটন! অলপতে Oops moment ৰ পৰা সাৰিল সুস্মিতা সেন

News18 Assam | News18-Assam
Updated:October 14, 2021, 10:53 AM IST
Viral video!  ফটোৰ কাৰণে প’জ দিওতে অঘটন! অলপতে Oops moment ৰ পৰা সাৰিল সুস্মিতা সেন
অৱশ্যে অভিনেত্ৰীগৰাকীয়ে লগে লগে নিজকে চম্ভালি হাঁহিমুখেৰে ফটোৰ বাবে প’জ দিয়ে।

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে লগে লগে নিজকে চম্ভালি হাঁহিমুখেৰে ফটোৰ বাবে প’জ দিয়ে।

  • Share this:
প্ৰাক্তন মিছ ইউনিভাৰ্ছ তথা বলিউডৰ মোহময়ী অভিনেত্ৰী (Bollywood diva) সুস্মিতা সেনে নিজৰ প্ৰতিভা, মেধা আৰু পৰিপক্কতাৰে দেশৰ অগণন অনুৰাগীৰ হৃদয়ত কম্পন তুলিবলৈ সক্ষম হৈছে। ব্যতিক্ৰমী তথা পোণপটীয়া ব্যক্তিত্বৰ সুস্মিতা সেন বহুতৰ বাবেই আইডল। জীৱন, ফিটনেছ আৰু সকলো ক্ষেত্ৰৰে ইতিবাচক চিন্তাৰে সকলোকে উদ্বুদ্ধ কৰি সুস্মিতা সেনক মৰম–ভালপোৱাৰে উপচাই ৰাখে অনুৰাগীয়েও। অলপতে সুস্মিতাক মুম্বাইৰ এখন জুৱেলাৰী শ্ব’পত দেখা যায়। ষ্ট’ৰখনৰ পৰা ওলাই আহি সুস্মিতাই পাপাৰাজীৰ কাৰণে হাঁহিমুখে প’জ দিয়ে। কিন্তু এই সময়তে হয় এক অঘটন। উজুটি খাই পৰিবলৈ লৈছিল সুস্মিতা।

Watch Viral Video:










View this post on Instagram






A post shared by Rajesh Kumar (RAJ) (@marketing.by.raj)






অৱশ্যে অভিনেত্ৰীগৰাকীয়ে লগে লগে নিজকে চম্ভালি হাঁহিমুখেৰে ফটোৰ বাবে প’জ দিয়ে।
First published: October 14, 2021, 10:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি