মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »অতি শীঘ্ৰে যুগ্ম জীৱনৰ পাতনি মেলিব অভিনেতা সুশান্ত সিং ৰাজপুতে! পিছে কইনা...?

অতি শীঘ্ৰে যুগ্ম জীৱনৰ পাতনি মেলিব অভিনেতা সুশান্ত সিং ৰাজপুতে! পিছে কইনা...?

Source-Google

Source-Google

সুশান্ত সিং ৰাজপুত এতিয়া বিবাহৰ বাবে আগ্ৰহী যদিও, প্ৰেয়সী ৰিয়াই সুশান্তৰ পৰা বিচাৰিছে কিছু সময়!

  • Share this:
    অতি সোনকালে বিবাহ পাশত আৱদ্ধ হ’ব অভিনেতা সুশান্ত সিং ৰাজপুত।অভিনেতা সুশান্ত সিং ৰাজপুত আৰু প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেমকলৈ  বিগত কিছুদিন ধৰি প্ৰায়ে চৰ্চা চলিছে ছচিয়েল মিডিয়াত! কেইদিন পূৰ্বে দুয়ো লাডাখত অৱসৰ বিনোদনৰ বাবেও গৈছিল। লাডাখত দুয়ো পাৰ কৰা কিছু ৰোমাঞ্চৰ মুহূৰ্তৰ ফটো ছচিয়েল মিডিয়াতো অভিনেতা সুশান্ত সিং ৰাজপুতে আপলোড কৰিছে।



    সুশান্তৰ প্ৰেয়সী ৰিয়াই ইতিমধ্যে দুয়ো অতি সোনকালে যুগ্ম জীৱনৰ পাতনি মেলাৰ ইংগিত দিছে।



    সুশান্ত সিং ৰাজপুত এতিয়া বিবাহৰ বাবে আগ্ৰহী যদিও, প্ৰেয়সী ৰিয়াই সুশান্তৰ পৰা আৰু কিছু দিন সময় বিচাৰিছে।

    শেহতীয়া বাতৰি