• Home
  • »
  • News
  • »
  • entertainment
  • »
  • কোন এইজন ৰাছেল পিটাৰ? ছানী লিয়নীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক! গৈছিল অৱসৰ বিনোদনৰ বাবেও...

কোন এইজন ৰাছেল পিটাৰ? ছানী লিয়নীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক! গৈছিল অৱসৰ বিনোদনৰ বাবেও...

ছানী লিয়নীয়ে এইবাৰ মুখ খুলিছে নিজৰ প্ৰাক্তন প্ৰেমিক ৰাছেল পিটাৰৰ সন্দৰ্ভত।

ছানী লিয়নীয়ে এইবাৰ মুখ খুলিছে নিজৰ প্ৰাক্তন প্ৰেমিক ৰাছেল পিটাৰৰ সন্দৰ্ভত।

ছানী লিয়নীয়ে এইবাৰ মুখ খুলিছে নিজৰ প্ৰাক্তন প্ৰেমিক ৰাছেল পিটাৰৰ সন্দৰ্ভত।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী প্ৰায়ে চৰ্চাত থাকে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য। এটা সময়ত কমেডিয়ান ৰাছেল পিটাৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছানী লিয়নী। আনক দুয়ো বহুবাৰ অৱসৰ বিনোদনৰ বাবেও একেলগে গৈছিল। পিছে কিয় ভাঙোন আহিল ছানী-পিটাৰৰ সম্পৰ্কত?



এটা ইণ্টাৰভিওত ছানী লিয়নীয়ে কৈছে যে, 'কম সময়ৰ বাবে হ'লেও কমেডিয়ান ৰাছেল পিটাৰৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু আমি সেই সম্পৰ্ক শেষ কৰিলো। বহুবছৰ আমি বন্ধু আছিলো। এতিয়া মই সেইবোৰ কথা মনত পেলাব নিবিচাৰো। পিটাৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰা আছিল জীৱনৰ আটাইতকৈ ডাঙৰ ভুল।'



কিন্তু ইয়াৰ পূৰ্বে ৰাছেলেও ছানী লিয়নীৰ সৈতে থকা সম্পৰ্কৰ সন্দৰ্ভত মন্তব্য কৰিছিল। ৰাছেলে ছানীক ৰিয়েল চুইটহাৰ্ট আখ্যা দি কৈছিল যে,  'আমি দুয়ো প্ৰায় ৫ বছৰ সম্পৰ্কত আছিলো। একেলগে ডেটিঙতো গৈছিলো। সেয়া বৰ ভাল সময় আছিল। মই জানো, তেওঁ ৰিয়েল চুইটহাৰ্ট।'
Published by:Himangshu Bhuyan
First published: