সুনিধি চৌহান। বলীউদৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। বহু জনপ্ৰিয় গীত গাই সুনিধিয়ে ইতিমধ্যে দেশবাসীৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে কণ্ঠশিল্পী সুনিধি চৌহানে নিজৰ কণমানি পুত্ৰৰ সৈতে গীতগোৱা এটি ভিডিঅ’। অনিল কাপুৰ অভিনীত জনপ্ৰিয় ছবি ‘মিষ্টাৰ ইণ্ডিয়া’ ছবিৰ ‘আই লাভ ইউ’ শীৰ্ষক গীতটো সুনিধিয়ে নিজৰ কণমানি পুত্ৰৰ সৈতে গোৱা পৰিলক্ষিত হ’ল ভিডিঅ’টোত।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 01, 2020, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|