• Home
  • »
  • News
  • »
  • entertainment
  • »
  • আকৰ্ষণীয় ৰূপত মোহময়ী প্ৰিয়ংকা ভৰালী, আকৰ্ষণীয় নৃত্য দেখি এজনে ক'লে...Video

আকৰ্ষণীয় ৰূপত মোহময়ী প্ৰিয়ংকা ভৰালী, আকৰ্ষণীয় নৃত্য দেখি এজনে ক'লে...Video

ইনষ্টাগ্ৰাম বা ফেচবুকৰ ৰীল ভিডিও প্ৰস্তুত কৰাও দেখা যায় প্ৰিয়ংকাক। নিজৰ জনপ্ৰিয় গীতত ৰীল ভিডিও প্ৰস্তুত কৰে প্ৰিয়ংকাই।

  • Share this:
জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী! প্ৰিয়ংকা ভৰালী বহুতৰ বাবে আজিও সপোনৰ ৰাণী। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী ছচিয়েল মিডিয়াতো অত্যন্ত এক্টিভ। আকৰ্ষণীয় ফটো ভিডিও আপলোড কৰি প্ৰায়ে অনুৰাগীক মোহাচন্ন কৰি আহিছে প্ৰিয়ংকাই।

ইনষ্টাগ্ৰাম বা ফেচবুকৰ ৰীল ভিডিও প্ৰস্তুত কৰাও দেখা যায় প্ৰিয়ংকাক। নিজৰ জনপ্ৰিয় গীতত ৰীল ভিডিও প্ৰস্তুত কৰে প্ৰিয়ংকাই।

শেহতীয়াকৈ প্ৰিয়ংকা ভৰালীয়ে 'হাই ঐ ৰঙা শোণিতপুৰ, শোণিতপুৰৰ মিঠা সুৰ'- শীৰ্ষক গীতত ৰীল ভিডিও প্ৰস্তুত কৰি আপলোড কৰিছিল ছচিয়েল মিডিয়াত। ভিডিওটো আপলোড কৰাৰ পিছতে বহু অনুৰাগীয়ে কৰে আকৰ্ষণীয় কমেণ্ট।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি