
Photo : Facebook
ছচিয়েল মিডিয়াত এতিয়া সময় পাৰ কৰিছে অসমৰ কণ্ঠশিল্পীসকল
এতিয়া সমগ্ৰ দেশতে ল’ক ডাউন। ল’ক ডাউনৰ ফলত ৰঙীণ নহ’ল এইবাৰৰ ব’হাগ। প্ৰকৃতিৰ এনে যৌৱনভৰা সময়ত এতিয়া ঘৰতেই আবদ্ধ হৈ আছে সকলো। এইবাৰ অসমৰ কণ্ঠশিল্পীসকলৰ হাততো সময়েই সময়। সকলোৱে এতিয়া ছচিয়েল মিডিয়াতে কটাইছে বেছি ভাগ সময়।
![]()
আজি নিশা ৯ বজাত পাকঘৰত থাকিব সীমান্ত শেখৰ! পাকঘৰৰ পৰাই সীমান্তই নিজৰ অনুৰাগীৰ সৈতে ছচিয়েল মিডিয়াৰ জৰিয়তে কথা পাতিব। গীত গাব। আনকি ‘6002440512’নম্বৰৰ জৰিয়তে সীমান্তৰ সৈতে পোনপটীয়া কথাও পাতিব পাৰিব অনুৰাগীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|