உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Shanaya Kapoor: বাথৰুমৰ পৰা ফটো শ্বেয়াৰ কৰিলে সঞ্জয় কাপুৰৰ কন্যাই, ২২ বছৰ বয়সতে ভাঙিলে বোল্ডনেছৰ  সীমা

    Shanaya Kapoor: বাথৰুমৰ পৰা ফটো শ্বেয়াৰ কৰিলে সঞ্জয় কাপুৰৰ কন্যাই, ২২ বছৰ বয়সতে ভাঙিলে বোল্ডনেছৰ  সীমা

    shanaya Kapoor

    shanaya Kapoor

    shanaya kapoor:

    • Share this:
    বলীউড অভিনেতা সঞ্জয় কাপুৰ (Sanjay Kapoor)ৰ জীয়ৰী শানায়া কাপুৰ (Shanaya Kapoor) সদায় কিবা নহয় কাবা কাৰণত চৰ্চাত থাকে। অৱশ্যে শানায়া কাপুৰ এতিয়াও ছবিজগতৰ পৰা আঁতৰি আছে। কিন্তু ইমানৰ পিছতো শানায়া কাপুৰৰ ষ্টাৰডম বলীউড (Bollywood)ৰ আটাইতকৈ ডাঙৰ অভিনেত্ৰীসকলৰ মূৰতো কেতিয়াাবা গধুৰ হৈ পৰে। তেওঁ এনে  ষ্টাৰকিডৰ তালিকাত আছে যি বলীউডত আত্মপ্ৰকাশ নকৰাকৈও ষ্টাৰডম অৰ্জন কৰিছে।

    শেহতীয়াকৈ শানায়া কাপুৰে নিজৰ ইনষ্টাগ্ৰামত এনে ফটো শ্বেয়াৰ কৰিছে যিবোৰ দেখি মানুহৰ ঘাম বাহিৰ হৈ গৈছে। শানায়াই ২২ বছৰ বয়সত ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ফটোবোৰত শানায়াক বাথৰুমত দেখা গৈছে। তেওঁৰ এই চেহেৰাটোৱে ইণ্টাৰনেটৰ পাৰা উৰ্ধগামী কৰি তুলিছে।

    ফটোবোৰত দেখা গৈছে যে শানায়াই ক'লা ডিপনেক টপ আৰু মিলা ট্ৰাউজাৰ পিন্ধি আছে । শানায়াক সঁচাকৈয়ে যথেষ্ট হট আৰু বোল্ড দেখাইছে। সকলো ক'লা পোছাকত তাইক যথেষ্ট উত্তেজক লাগিছে। শানায়াই একেলগে নিজৰ তিনিখন ফটো শ্বেয়াৰ কৰিছিল, য'ত তাইক মিৰৰ ছেলফি লোৱাৰ সময়ত কিছু ধুনীয়া দেখাইছিল!




    কৰণ জোহৰৰ ছবিৰে বলীউডত প্ৰথমটো খোজ দিবলৈ আগবাঢ়িছে শানায়া কাপুৰে। ইয়াৰ উপৰি শানায়াই জাহ্নৱী কাপুৰৰ 'গুঞ্জন চাক্সেনা' ছবিখনত সহকাৰী পৰিচালক হিচাপেও কাম কৰিছে।
    Published by:Manjumoni Borah
    First published: