মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »দেশ প্ৰেমৰ অনন্য নিদৰ্শন! হিন্দী ছবিৰ ছুপাৰহিট গীত বাঁহীৰ সুৰত তুলি ভাইৰেল হ’ল এইজন ব্যক্তি, Video

দেশ প্ৰেমৰ অনন্য নিদৰ্শন! হিন্দী ছবিৰ ছুপাৰহিট গীত বাঁহীৰ সুৰত তুলি ভাইৰেল হ’ল এইজন ব্যক্তি, Video

উপস্থিত সকলোকে মোহিত কৰিলে বাঁহীৰ সুৰে

উপস্থিত সকলোকে মোহিত কৰিলে বাঁহীৰ সুৰে

উপস্থিত সকলোকে মোহিত কৰিলে বাঁহীৰ সুৰে

  • Share this:
দেশপ্ৰেমৰ গীত বাঁহীৰ সুৰত তুলি ধৰি এতিয়া চৰ্চাত এগৰাকী ব্যক্তি। ৯০ দশকৰ জে পি দত্তৰ ছবি বৰ্ডাৰৰ ‘Sandese aate Hai’ গীতটোৰ কথা কোনে পাহৰিব। অনু মালিকৰ সংগীত পৰিচালনাৰ এই গীতটো আজিও সকলোৰে মুখে মুখে। বিভিন্ন দেশপ্ৰেমমূলক অনুষ্ঠানত এই গীতটো পৰিৱেশন কৰিলেই চকু সেমেকি উঠে সকলোৰে। দেশৰ সেনা জোৱানসকলৰ ত্যাগক তুলি ধৰি জাভেদ আখতাৰে লিখিছিল এই গীতটি।

ছবিখনৰ এই বিশেষগীতটো বাঁহীৰ সুৰত তুলি ধৰি ৰাতিটোৰ ভিতৰতে  ছচিয়েল মিডিয়াত ভাইৰেল হ’ল এইগৰাকী ব্যক্তি।

চাওক ভিডিঅ’

শেহতীয়া বাতৰি