உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Divorce Announce: দক্ষিণৰ অভিনেত্ৰী সামান্থা আৰু নাগা চৈতন্যই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে ! ছ'চিয়েল মিডিয়াত দুয়োজনে শ্বেয়াৰ কৰিলে মনৰ বতৰা...

    Divorce Announce: দক্ষিণৰ অভিনেত্ৰী সামান্থা আৰু নাগা চৈতন্যই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে ! ছ'চিয়েল মিডিয়াত দুয়োজনে শ্বেয়াৰ কৰিলে মনৰ বতৰা...

    দক্ষিণ ভাৰতীয় অভিনেত্ৰী (South Indian Actress) সামান্থা প্ৰভু (Samantha Ruth Prabhu) আৰু নাগা চৈতন্য (Naga Chaitanya)য়ে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে। দুয়োজন চুপাৰষ্টাৰে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে প্ৰতিবেদন দিছে।

    • Share this:
    দক্ষিণ ভাৰতীয় অভিনেত্ৰী (South Indian Actress) সামান্থা প্ৰভু (Samantha Ruth Prabhu) আৰু নাগা চৈতন্য (Naga Chaitanya)য়ে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে। দুয়োজন চুপাৰষ্টাৰে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে প্ৰতিবেদন দিছে। তেওঁলোক দুয়োজনে তেওঁলোকৰ ইনষ্টাগ্ৰামত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰা এটা টোকা শ্বেয়াৰ কৰিছে।

    কিছু সময়ৰ পৰা, দুয়োৰে মাজৰ সম্পৰ্কত দূৰত্বৰ খবৰ পোৱা গৈছে। এই বাতৰিটোৱে নিঃসন্দেহে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ (South Cinema)ৰ প্ৰিয় দম্পতী সামান্থা আক্কিনেনি (Samantha Akkineni) আৰু নাগা চৈতন্য (Naga Chaitanya)ৰ অনুৰাগীসকলক আঘাত কৰিব। দুয়োজনে ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু মাত্ৰ ৪ বছৰত সম্পৰ্কটো শেষ কৰাৰ সিদ্ধান্ত লৈছে।

    View this post on Instagram

    A post shared by S (@samantharuthprabhuoffl)

    একে ধৰণৰ ছ'চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰি দুয়োজনে লিখিছে- আমাৰ সকলো শুভাকাংক্ষীৰ বাবে। বহু চিন্তাৰ পিছত, আমি দুয়ো সিদ্ধান্ত লৈছো যে আমি স্বামী আৰু পত্নী হিচাপে ইজনে সিজনৰ পৰা পৃথক হম আৰু আমাৰ নিজৰ পথ বাছনি কৰিম। আমি সৌভাগ্যৱান যে এক দশকতকৈও অধিক আমাৰ বন্ধুত্ব আছিল যিটো আমাৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল। আমি ভাবো আমাৰ বন্ধুত্ব আমাৰ দুয়োৰে বাবে অতি বিশেষ হৈ থাকিব। আমি আমাৰ অনুৰাগী, সংবাদ মাধ্যম আৰু শুভাকাংক্ষীসকলক ইয়াৰ মাজতে আমাক অকলে এৰি যাবলৈ অনুৰোধ জনাইছো যাতে আমি আগবাঢ়িব পাৰোঁ। সকলো সমৰ্থনৰ বাবে আপোনালোকক ধন্যবাদ।

    Published by:Kokil Sarma
    First published: