• Home
  • »
  • News
  • »
  • entertainment
  • »
  • 'এয়াহে নাচনী' -বিহুৰ বতৰত জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংগনাই শ্বেয়াৰ কৰিলে আকৰ্ষণীয় ভিডিও! ছচিয়েল মিডিয়াত ভাইৰেল...

'এয়াহে নাচনী' -বিহুৰ বতৰত জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংগনাই শ্বেয়াৰ কৰিলে আকৰ্ষণীয় ভিডিও! ছচিয়েল মিডিয়াত ভাইৰেল...

ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া। আজি গোঁসাই বিহু।

ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া। আজি গোঁসাই বিহু।

ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া। আজি গোঁসাই বিহু।

  • Share this:
ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া। আজি গোঁসাই বিহু। ঘৰে ঘৰে হুচৰি গাই, পিঠা পনা খাই আনন্দত আত্মহাৰা প্ৰতিগৰাকী অসমীয়া।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল এতিয়া ব্যস্ত। প্ৰতিনিশা বিভিন্ন বিহু মঞ্চত অনুষ্ঠান পৰিবেশন কৰিছে ন-পুৰণি প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে। পিছ পৰি ৰোৱা নাই অভিনেতা-অভিনেত্ৰীসকলো। বিহুত কঁকাল ঘূৰাই এপাক নাচিছে সকলোৱে। ব্যতিক্ৰম নহয় মোহময়ী অভিনেত্ৰী প্ৰীতি কংগনা। বিহুৰ সাজত এটা অতি মনোমোহা ভিডিও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।



ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে প্ৰীতি কংকনাই এই বিশেষ ভিডিওটো। বহুতে কৰিছে আকৰ্ষণীয় কমেণ্টো।
Published by:Himangshu Bhuyan
First published: