• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Akshay kumar| Ranveer singh: নাচি থাকোতে যৌনাংগত আঘাত পালে ৰণবীৰ সিঙে! কিয় চিন্তাত পৰিল অক্ষয় কুমাৰ? Viral Video

Akshay kumar| Ranveer singh: নাচি থাকোতে যৌনাংগত আঘাত পালে ৰণবীৰ সিঙে! কিয় চিন্তাত পৰিল অক্ষয় কুমাৰ? Viral Video

'আয়লাৰে আয়লা' গীতত নৃত্য কৰি আছিল ৰণবীৰ আৰু অক্ষয়ে। কিন্তু নাচি থকাৰ মাজতে ঘটিল অঘটন।

'আয়লাৰে আয়লা' গীতত নৃত্য কৰি আছিল ৰণবীৰ আৰু অক্ষয়ে। কিন্তু নাচি থকাৰ মাজতে ঘটিল অঘটন।

'আয়লাৰে আয়লা' গীতত নৃত্য কৰি আছিল ৰণবীৰ আৰু অক্ষয়ে। কিন্তু নাচি থকাৰ মাজতে ঘটিল অঘটন।

  • Share this:
কোৰোণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰায় ডেৰ বছৰ ধৰি বন্ধ কৰি ৰখা হৈছে চিনেমা হল। এই কোৰোণাৰ বাবেই বজাৰ আৰম্ভ কৰিছে ওটিটি প্লেটফৰ্ম সমূহে। বেছিভাগ ছবিয়েই মুক্তি লাভ কৰিছে ওটিটি প্লেটফৰ্মত। চিৰিজ তৈয়াৰ হৈছে বহুকেইখন। বহু ছবিৰ শ্বুটিং পিছুৱাই দিবলগীয়া হৈছে। সূৰ্যবংশী নামৰ ছবিখনৰো মুক্তিৰ দিন পিছুৱাই দিবলগীয়া হৈছিল কোৰোণাৰ সংক্ৰমণৰ ফলতে।

ৰোহিত ছেট্টীৰ দ্বাৰা পৰিচালিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। ছবিখনত বিশেষ চৰিত্ৰত দেখা যাব ৰণবীৰ সিং আৰু অজয় দেৱগনকো। দীপাৱলীত মুক্তি দিয়াৰ কথা ছবিখন। কিন্তু তাৰ পূৰ্বেই ছবিখনৰ শ্বুটিঙৰ দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

শ্বুটিং ফ্লোৰত অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰিছিল ৰণবীৰ সিঙে। ভিডিওটোত দুয়োজনকে আৰক্ষীৰ পোছাকত দেখিবলৈ পোৱা গৈছে। আয়লাৰে আয়লা গীতত নৃত্য কৰি আছিল ৰণবীৰ আৰু অক্ষয়ে। কিন্তু নাচি থকাৰ মাজতে ঘটিল অঘটন। ৰণবীৰে নিজেই নিজৰ যৌনাংগত আঘাত কৰে। আৰু নৃত্য বন্ধ কৰি দিয়ে।








View this post on Instagram






A post shared by Akshay Kumar (@akshaykumar)






এই ভিডিও অক্ষয় কুমাৰে তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। লিখিছে- 'এয়া আমাৰ ৰণবীৰৰ ক্ৰেজি ষ্টেপচ। গতিকে এই ষ্টেপচ ফলো কৰোতে সাৱধান। আপুনি ভুলকৈ নাচিলে, ভৱিষ্যত পৰিকল্পনাত ব্যাঘাত জন্মিব পাৰে।'
Published by:Himangshu Bhuyan
First published: