• Home
  • »
  • News
  • »
  • entertainment
  • »
  • আকৌ গীত গাইছে ৰাণু মণ্ডলে! ৰাণু মণ্ডলৰ কণ্ঠত শুনক 'Bachpan Ka Pyaar'... ভিডিও ভাইৰেল

আকৌ গীত গাইছে ৰাণু মণ্ডলে! ৰাণু মণ্ডলৰ কণ্ঠত শুনক 'Bachpan Ka Pyaar'... ভিডিও ভাইৰেল

ৰাণু মণ্ডল

ৰাণু মণ্ডল

ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব! একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছচিয়েল মিডিয়াৰ চেনচেশ্যন ৰাণু।

  • Share this:
ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব! একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছচিয়েল মিডিয়াৰ চেনচেশ্যন ৰাণু। ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি আপোন পাহৰা হোৱা ৰাণুৰ হাতত এতিয়া নাই কাম। ৰাণাঘাটৰ ষ্টেচনত বহি লতা মংগেশকাৰৰ "এক প্যাৰ কা নাগমা হে" গানটো গাই চৰ্চালৈ আহিছিল ৰাণু মণ্ডলে (Ranu Mandal)। তেতিয়াই তেওঁ হঠাতে বলীউডত খোজ দিয়াৰ সোণালী সুযোগ পাইছিল।



শেহতীয়াকৈ ৰাণু মণ্ডলে আকৌ গীত গোৱা আৰম্ভ কৰিছে। শেহতীয়াকৈ মানিকে মাগে হিথে গীত চাই চৰ্চা লাভ কৰা ৰাণু মণ্ডৰ কণ্ঠত এইবাৰ শুনা গ'ল অন্যতম জনপ্ৰিয় 'Bachpan Ka Pyaar' শীৰ্ষক গীতটো।

ৰাণুৰ মুখত এই গীত শুনি বহুতে প্ৰশংসা কৰাৰ লগতে বহুতে নিন্দা কৰিছে। এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিও ভাইৰেল হৈছে।
Published by:Himangshu Bhuyan
First published: