মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »হিন্দীৰ পিছত ৰাণু মণ্ডলৰ মুখত এইবাৰ মালায়ালম গীত, Video Viral

হিন্দীৰ পিছত ৰাণু মণ্ডলৰ মুখত এইবাৰ মালায়ালম গীত, Video Viral

সকলোৰে মুখে মুখে এতিয়া ৰাণুকলৈয়ে চৰ্চা

সকলোৰে মুখে মুখে এতিয়া ৰাণুকলৈয়ে চৰ্চা

সকলোৰে মুখে মুখে এতিয়া ৰাণুকলৈয়ে চৰ্চা

  • Share this:
ৰাণু মণ্ডলকনো এতিয়া কোনে চিনি নাপায়? সকলোৰে মুখে মুখে এতিয়া ৰাণুকলৈয়ে চৰ্চা। ষ্টেচনৰ পৰা বলীউদৰ ছবিত গীত গোৱালৈকে ৰাণু মণ্ডলৰ যেন কাহিনী কৈ থাকিলেও শেষেই নহ’ব!  ৰাণু মণ্ডলৰ কণ্ঠত এইবাৰ মালায়ালম গীত। ৰাণুৰ মালায়ালম গীত শুনি সকলোৱে কৰিলে প্ৰশংসা।

শুনক ৰাণু মণ্ডলৰ কণ্ঠত মালায়ালম গীত








View this post on Instagram





#welcome @ranumondal.offical #asianet #asianetnews #love #support #india#comedystars


A post shared by Ranu Mondal⏺️ (@ranumondal.offical) on













View this post on Instagram





#india #love #support #ranumondal#ranumondalsong #pakistan #indonesia #afghanistan #instagram #tiktok


A post shared by Ranu Mondal⏺️ (@ranumondal.offical) on




শেহতীয়া বাতৰি