• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Oops ! নতুন ডিজাইনৰ পোচাক পৰিধান কৰি চৰম অস্বস্তিত পৰিল প্ৰিয়ংকা চোপ্ৰা, মোহময়ী অভিনেত্ৰীগৰাকীয়ে হাতেৰে ঢাকিব লগা হ'ল উন্মুক্ত হৈ পৰা শৰীৰ...

Oops ! নতুন ডিজাইনৰ পোচাক পৰিধান কৰি চৰম অস্বস্তিত পৰিল প্ৰিয়ংকা চোপ্ৰা, মোহময়ী অভিনেত্ৰীগৰাকীয়ে হাতেৰে ঢাকিব লগা হ'ল উন্মুক্ত হৈ পৰা শৰীৰ...

প্ৰিয়ংকা চোপ্ৰা বলীউডৰ পৰা হলিউডলৈকে তেওঁৰ ফেশ্বনৰ বাবে বিখ্যাত আৰু তেওঁক সদায় এক সুকীয়া ৰূপত দেখিবলৈ পোৱা যায় । কিন্তু নতুন ফেশ্বনৰ কাপোৰ পৰিধান কৰি মানুহৰ আগত অস্বস্তিত পৰি হাতেৰে শৰীৰৰ অংশ ঢাকিব লগা পৰিস্থিতিত পৰে অভিনেত্ৰীগৰাকী ।

  • Share this:
বলীউডৰ অভিনেত্ৰী আৰু ফেশ্বন দুয়োটাই যেন ইজনে সিজনৰ বাবে তৈয়াৰ কৰা । বলীউডত আমি দিনে দিনে ন ন ফেশ্বন দেখিবলৈ পাওঁ । আৰু কেতিয়াবা এনে ফেশ্বনৰ বাবে অভিনেত্ৰীসকল অতি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হব লগা হয় । এনেকুৱা এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গ'ল বলীউডৰ বিখ্যাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক । প্ৰিয়ংকা চোপ্ৰা বলীউডৰ পৰা হলিউডলৈকে তেওঁৰ ফেশ্বনৰ বাবে বিখ্যাত আৰু তেওঁক সদায় এক সুকীয়া ৰূপত দেখিবলৈ পোৱা যায় । কিন্তু নতুন ফেশ্বনৰ কাপোৰ পৰিধান কৰি মানুহৰ আগত অস্বস্তিত পৰি হাতেৰে শৰীৰৰ অংশ ঢাকিব লগা পৰিস্থিতিত পৰে অভিনেত্ৰীগৰাকী ।

ছ'চিয়েল মিডিয়াত বহু সক্ৰিয় প্ৰিয়ংকা চোপ্ৰা । ড্ৰেছিং চেঞ্চৰ প্ৰতি বিশেষ আসক্তি আছে প্ৰিয়ংকাৰ । অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ছচিয়েল মিডিয়াত ন ন ফেশ্বনৰ কাপোৰ পৰিধান কৰি ফটো দিয়ে । এই ফটোসমূহৰ বহু অনুৰাগী আছে । কিন্তু কেতিয়াবা অভিনেত্ৰীগৰাকীয়ে ফেশ্বনৰ বাবে লাজ পাব লগাও হৈছে ।

প্ৰিয়ংকাই প্ৰায়ে পুৰস্কাৰ প্ৰদান অনুষ্ঠানসমূহলৈ অতি ফেশ্বনেবল পোছাক পৰিধান কৰি আহে। তেনে এটা বঁটা প্ৰদান অনুষ্ঠানলৈ প্ৰিয়ংকাই ক'লা বডীকন ষ্টাইলৰ পোছাক পিন্ধি আহিছিল । তেওঁৰ পোছাকযোৰৰ এফালে সম্পূৰ্ণ ফলা আছিল আৰু তাত নেটৰ ডিজাইন আছিল । ইয়াৰ ফলত তেওঁৰ শৰীৰৰ কিছু অংশ দৃশ্যমান হৈছিল । এই পোছাকযোৰ পিন্ধি ঘূৰি ফুৰাৰ সময়ত, প্ৰিয়ংকা চোপ্ৰা oops মমেন্টৰ চিকাৰ হৈ পৰিছিল । অভিনেত্ৰীগৰাকীৰ এই অস্বস্তিকৰ মুহূৰ্তৰ ফটোবোৰ সামাজিক মাধ্যমত  দ্ৰুতগতিত ভাইৰেল হৈছে । প্ৰিয়ংকা চোপ্ৰাক এই সময়চোৱাত বহু পৰিমাণে অস্বস্তিত পৰি শৰীৰৰ উদং হৈ পৰা অংশ হাতেৰে লুকুৱাবলৈ চেষ্টা কৰা দেখা গৈছিল । অৱশ্যে এনে ঘটনা প্ৰিয়ংকা চোপ্ৰাৰ বাবে নতুন নহয় । ইয়াৰ পূৰ্বেও অতি ফেশ্বনেবল পোচাকৰ বাবে অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী । প্ৰিয়ংকা চোপ্ৰাক শীঘ্ৰেই ফাৰহান আখটাৰ পৰিচালিত 'জি লে জাৰা'ত দেখা পোৱা যাব। প্ৰিয়ংকাক বেৰী লেভিনচন পৰিচালিত 'শীলা'তো দেখা পোৱা যাব ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি