• Home
  • »
  • News
  • »
  • entertainment
  • »
  • মুক্তি পালে পৱনদীপ আৰু অৰুণিতাৰ ৰোমাণ্টিক গীত ‘মঞ্জুৰ দিল’, চাওক ভিডিঅ’

মুক্তি পালে পৱনদীপ আৰু অৰুণিতাৰ ৰোমাণ্টিক গীত ‘মঞ্জুৰ দিল’, চাওক ভিডিঅ’

পৱনদীপ আৰু অৰুণিতাৰ প্ৰথম ৰোমাণ্টিক গীত ‘মঞ্জুৰ দিল’ (Manzoor Dil) ইতিমধ্যে মুক্তিলাভ কৰিছে। মুক্তিলাভৰ পিছতে গীতটো বিয়পি পৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
‘ইণ্ডিয়ান আইডল ১২’ৰ পৰাই পৱনদীপ ৰাজন আৰু অৰুণিতা কাঞ্জিলালৰ যুটীয়ে ব্যাপক চৰ্চা লাভ কৰিছিল। দুয়োৰে যুটীক খুব পছন্দ কৰিছিল দৰ্শকে। এই শ্ব’ত পৱনদীপ চূড়ান্ত বিজয়ী হোৱাৰ বিপৰীতে অৰুণিতা আছিল প্ৰথম ৰানাৰ্ছআপ। শ্ব’ শেষ হোৱাৰ পিছত এতিয়া দুয়োৰে যুটী পুনৰ চৰ্চালৈ আহিছে গানৰ জৰিয়তে।

পৱনদীপ আৰু অৰুণিতাৰ প্ৰথম ৰোমাণ্টিক গীত ‘মঞ্জুৰ দিল’ (Manzoor Dil) ইতিমধ্যে মুক্তিলাভ কৰিছে। মুক্তিলাভৰ পিছতে গীতটো বিয়পি পৰিছে ছচিয়েল মিডিয়াত। দুয়োৰে যুটীয়ে প্ৰশংসা বুটলিছে শ্ৰোতা–দৰ্শকৰ পৰা। ইউটিউবত এই ভিডিঅ’টো ২৯ লাখতকৈ অধিক লোকে চাইছে। চাওক পৱনদীপ–অৰুণিতাৰ গীতটো।

উল্লেখযোগ্য যে পৱনদীপ আৰু অৰুণিতাৰ যুটীক লৈ ইণ্ডিয়ান আইডল ১২ত চৰ্চা চলিছিল যে দুয়োৰে মাজত কিবা আছে। এই খবৰ অৱশ্যে দুয়ো অস্বীকাৰ কৰিছে। দুয়ো বহুবাৰ সাক্ষাৎকাৰত স্পষ্ট কৰিছে যে তেওঁলোক দুয়ো ভাল বন্ধু।
Published by:Sanjay Kumar Das
First published: