
কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত
কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত
এজনী দুবছৰীয়া মৰমলগী কণমানি। মাতৃৰ সৈতে কণমানিজনীয়ে গোৱা এটা গীতে এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। কণমানিজনীৰ প্ৰতিভাক একেমুখে স্বীকাৰ কৰিছে বহুতে। কণমানিজনীৰ নাম প্ৰজ্ঞা মেধা, ঘৰ ডিব্ৰুগড়ত। অনন্য প্ৰতিভাৰ অধিকাৰী মেধাই ইয়াৰ পূৰ্বেও দেশৰ বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ কালজয়ী গীত গাই সৰ্বত্ৰ লাভ কৰিছিল চৰ্চা।
মাতৃৰ সৈতেও কবীৰ সিং ছবিৰ জনপ্ৰিয় গীত গাইছে কণমানি প্ৰজ্ঞাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|