মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Sivasagar Sivadol: মহাশিৱৰাত্ৰিৰ তৃতীয় দিনটোত শিৱসাগৰৰ শিৱদৌলত পুৱাই সপত্নীক শিল্পী মানস ৰবীন

Sivasagar Sivadol: মহাশিৱৰাত্ৰিৰ তৃতীয় দিনটোত শিৱসাগৰৰ শিৱদৌলত পুৱাই সপত্নীক শিল্পী মানস ৰবীন

শিৱসাগৰৰ শিৱদৌলত পুৱাই সপত্নীক শিল্পী মানস ৰবীন

শিৱসাগৰৰ শিৱদৌলত পুৱাই সপত্নীক শিল্পী মানস ৰবীন

Manas Robin: শিৱসাগৰৰ শিৱদৌলত পুৱাই সপত্নীক শিল্পী মানস ৰবীন

  • Share this:

মহাশিৱৰাত্ৰিৰ আজি তৃতীয় দিন। দেশৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ লানি নিচিঙা ভিৰ। চাকি-বন্তি জ্বলাই মহাদেৱৰ ওচৰত আশীৰ্বাদ বিচাৰিছে ভক্তগণে।



শিৱসাগৰৰ শিৱদৌলত সপত্নীক শিল্পী মানস ৰবীন

শিৱসাগৰৰ শিৱদৌলত আজি পুৱাই জনপ্ৰিয় শিল্পী মানস ৰবীনক পত্নীৰ সৈতে গৈ মহাদেৱৰ ওচৰত বন্তি প্ৰজ্বলন কৰি আশীষ গ্ৰহণ কৰা দেখা গ'ল।

শেহতীয়া বাতৰি