
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা।
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা।
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহ মান বাকী। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া বাঢ়িছে জনপ্ৰতিনিধিৰ ব্যস্ততা। কোনোৱে যদি আধাৰশিলা কৰিছে, কোনোৱে আকৌ দিছে বিভিন্ন প্ৰতিশ্ৰুতি। মুঠৰ ওপৰত পাঁচ বছৰে শুই বহি পাৰ কৰা একাংশ জনপ্ৰতিনিধিৰ এতিয়া ‘আপোন আপোন লগা মাতষাৰৰ পৰা বাদ পৰি যোৱা নাই সমষ্টিৰ কোনো এজন লোকো!
আচলতে প্ৰতিটো নিৰ্বাচনৰ আগত এনেবোৰ দৃশ্য প্ৰায়েই সুলভ। এইবাৰ একাংশ নেতাৰ কৰ্ম-কাণ্ড উদঙাই কেইজনমান সংগীতৰ লগত জড়িত যুৱকে নিৰ্মাণ কৰিলে ‘আকৌ নিৰ্বাচন আহি পালে’ শীৰ্ষক এটি ব্যতিক্ৰমী গীতৰ ভিডিঅ’। গীতটোত কণ্ঠদান কৰিছে সমীৰ চিন্ময়ে। গীতৰ কথা News18ৰ সাংবাদিক সৌৰভ গাৰ্গৰ। সংগীত পৰিচালনা কৰিছে ৰাজা শৰ্মাই। গীতটোৰ সৈতে বিশেষ ভাবে জড়িত হৈ আছে অসমৰ বিশিষ্ট সংগীত পৰিচালক মানস ৰবীন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|