உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Mrunal Thakur Bikini Picture: বিকিনি পিন্ধি ফটো উঠিবলৈ কৰিছিল ভয়, গোটাবলগীয়া হৈছিল বহু সাহস, ক'লে মৃণাল ঠাকুৰে

    Mrunal Thakur Bikini Picture: বিকিনি পিন্ধি ফটো উঠিবলৈ কৰিছিল ভয়, গোটাবলগীয়া হৈছিল বহু সাহস, ক'লে মৃণাল ঠাকুৰে

    • Share this:
    অভিনয়ৰ ছাপেৰে অনুৰাগীসকলক মুগ্ধ কৰাৰ পৰা আৰম্ভ কৰি পৰম আকৰ্ষণীয় চেহেৰা এটাৰে নিজক সজোৱালৈকে, মৃণাল ঠাকুৰে (Mrunal Thakur) সফলতাৰ জখলা বগাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে তাইৰ চেহেৰাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছে।

    শেহতীয়া এক সাক্ষাৎকাৰত, মৃণালে প্ৰকাশ কৰিছে যে এবাৰ ইনষ্টাগ্ৰামত নিজৰ এখন নিৰ্দিষ্ট ফটো পোষ্ট কৰিবলৈও তাই সংকোচবোধ কৰিছিল - এটা বিকিনি ছবি। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে যে তাই ছচিয়েল মিডিয়াত এখন বিকিনি ফটো (bikini picture) পোষ্ট কৰিবলৈ যথেষ্ট সাহস গোটাবলগীয়া হৈছিল, য'ত এটা নিখুঁত শৰীৰৰ বিষয়ে মানুহৰ ভুল ধাৰণা আছে।

    মৃণালে কয় যে মহিলাসকল শকত-আৱত বা আগঢ়ি হোৱাটো কোনো সমস্যাৰ কথা নহয়। কিয়নো ছিক্স-পেক এবছ থকাতকৈ ভিতৰৰ পৰা ফিট হোৱাটো অধিক প্ৰয়োজনীয়। তাই আকৌ কয়, "মই সেই সময়ত মোৰ শৰীৰৰ প্ৰকাৰৰ সৈতে বিকিনিত এখন ফটো পোষ্ট কৰিবলৈ সাহস গোটাব লগা হৈছিল, আৰু মই ইয়াৰ সৈতে স্বাচ্ছন্দ্যবোধ কৰোঁ। মই কেৱল সাজু হৈ আছিলোঁ।"
    Published by:Manjumoni Borah
    First published: