உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • মাতৃৰ দ্বিতীয় বিবাহ! কন্যাই আঁকি দিলে মেহেন্দী, ফটো শ্বেয়াৰ কৰি লিখিলে- 'মাৰ বিয়া বুলি বিশ্বাসেই কৰিব পৰা নাই'

    মাতৃৰ দ্বিতীয় বিবাহ! কন্যাই আঁকি দিলে মেহেন্দী, ফটো শ্বেয়াৰ কৰি লিখিলে- 'মাৰ বিয়া বুলি বিশ্বাসেই কৰিব পৰা নাই'

    যুৱতীগৰাকীৰ ইয়াৰ পিছত আকৌ টুইটাৰ যোগে জনাইছে যে,'মাক ধুনীয়া লগা নাইনে?'

    যুৱতীগৰাকীৰ ইয়াৰ পিছত আকৌ টুইটাৰ যোগে জনাইছে যে,'মাক ধুনীয়া লগা নাইনে?'

    যুৱতীগৰাকীৰ ইয়াৰ পিছত আকৌ টুইটাৰ যোগে জনাইছে যে,'মাক ধুনীয়া লগা নাইনে?'

    • Share this:
    ছচিয়েল মিডিয়াত এগৰাকী যুৱতীয়ে দিয়া পোষ্টে এতিয়া আকৰ্ষিত কৰিছে সকলোকে। দৰাচলতে এই যুৱতীগৰাকীৰ মাতৃয়ে দ্বিতীয় বিবাহ কৰিছে। ইয়াকে লৈ যুৱতীগৰাকী ইমানেই উত্‍সাহিত হৈ পৰিছে যে, মাকৰ বিয়াৰ বহু ফটো ভিডিও শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। এইসমূহ পোষ্ট কৰি যুৱতীগৰাকীয়ে নিজৰ সুখ ব্যক্ত কৰিছে।



    টুইটাৰত @alphaw1fe নামৰ ইউজাৰে নিজৰ মাকৰ বিয়াৰ এনেধৰণৰ ফটো আৰু ভিডিও শ্বেয়াৰ কৰিছে। আৰু সেই ফটোৱে মোহিত কৰিব আপোনাক। প্ৰথমটো টুইটত মাকৰ মেহেন্দী লগোৱাৰ ফটো শ্বেয়াৰ কৰিছিল যুৱতীগৰাকীয়ে কেপশ্যনত লিখিছে- 'মাৰ বিবাহ হৈ আছে আৰু মোৰ বিশ্বাসেই হোৱা নাই।'



    যুৱতীগৰাকীৰ ইয়াৰ পিছত আকৌ টুইটাৰ যোগে জনাইছে যে,'মাক ধুনীয়া লগা নাইনে?'-

    ছচিয়েল মিডিয়াত যুৱতীগৰাকীক কৰিছে সকলোৱে প্ৰশংসাঃ

    যুৱতীগৰাকীয়ে ছচিয়েল মিডিয়াত দিয়া ফটো আৰু ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই পোষ্টত ২০ হাজাৰতকৈ অধিক লাইক আহিছে। লগতে বহুতে যুৱতীগৰাকী পোষ্টৰ জৰিয়তে বহুতে মাতৃকো শুভেচ্ছা জনাইছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: