মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »লাডাখত মিলিন্দ–অংকিতাৰ ৰোমাণ্টিক ভেকেচন, ভাইৰেল হ’ল Kissing Video

লাডাখত মিলিন্দ–অংকিতাৰ ৰোমাণ্টিক ভেকেচন, ভাইৰেল হ’ল Kissing Video

মিলিন্দ আৰু অংকিতাই মানালীৰ পৰা লেহলৈ ৰোড ট্ৰিপলৈ গৈছে। ইয়াৰে কেই‍বাখনো ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

  • Share this:
    জনপ্ৰিয় মডেল–অভিনেতা মিলিন্দ সুমন আৰু পত্নী অংকিতা কোঁৱৰে প্ৰায়ে নিজৰ ফিটনেছ ভিডিঅ’ আৰু ভেকেচনৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াকৰ কৰে। শেহতীয়াকৈ মিলিন্দ–অংকিতাৰ ৰোমাণ্টিক ভেকেচনৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। মিলিন্দ আৰু অংকিতাই মানালীৰ পৰা লেহলৈ ৰোড ট্ৰিপলৈ গৈছে। ইয়াৰে কেই‍বাখনো ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

    এই ভ্ৰমণৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে মিলিন্দ সুমনে। ভিডিঅ’টোত দুয়োকে নাচি নাচি চুম্বন কৰা দেখা গৈছে। ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত শুনা গৈছে সুন্দৰ পাহাৰীয়া সংগীতৰ সুৰ।

    উল্লেখযোগ্য যে ৫৩ বছৰ বয়সতো মিলিন্দ সুমনৰ ফিটনেছ মানুহৰ বাবে প্ৰেৰণা। য’ত থাকিলেও সদাই নিজৰ স্বাস্থ্যক লৈ সচেতন জনপ্ৰিয় মডেলগৰাকী। আনহাতে, পত্নী অংকিতায়ো সকলো সময়তে সংগ দিয়ে মিলিন্দক।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি