The young and talented singer is @shrinidhi496 from Nagpur, Maharashtra who sang this melodious Arunachalee song! I'm impressed, well done? pic.twitter.com/wXt9HM8Uvj
ছচিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শ্ৰীনিধিয়ে। ৯ বছৰ বয়সৰ পৰাই সংগীতৰ শিক্ষা লৈছিল শ্ৰীনিধিয়ে। Sa Re Ga Ma Pa Lil Champs (Marathi) আৰু আন ৰিয়েলিটী শ্ব’টো অংশগ্ৰহণ কৰিছে শ্ৰীনিধিয়ে। নিজৰ এটা মিউজিক বেণ্ডো আছে শ্ৰীনিধিৰ।