• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Mahesh Babu Mother Passes Away: দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃৰ দেহাৱসান

Mahesh Babu Mother Passes Away: দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃৰ দেহাৱসান

মহেশ বাবুৰ মাতৃৰ বিয়োগত দাক্ষিণাত্যৰ ছবি জগতত শোকৰ ছাঁ পৰিছে। বিভিন্নজনে ছচিয়েল মিডিয়াযোগেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

  • Share this:
দাক্ষিণাত্যৰ ছবি জগতৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ (Mahesh Babu) মাতৃৰ দেহাৱসান। বুধবাৰে পুৱা ৪ বজাত হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে মহেশ বাবুৰ মাতৃ ইন্দিৰা দেৱীয়ে। বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল ইন্দিৰা দেৱী। কিছুদিন পূৰ্বে হায়দৰাবাদৰ এআইজি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ছুপাৰষ্টাৰ কৃষ্ণাৰ পত্নী আৰু মহেশ বাবুৰ মাতৃ ইন্দিৰা দেৱীৰ পাৰ্থিৱ শৰীৰ পদ্মালয় ষ্টুডিঅ’ত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অন্তিম শ্ৰদ্ধাঞ্জলি বাবে ৰখা হ’ব। মহা প্ৰস্থানমত কৰা হ’ব তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।

মহেশ বাবুৰ মাতৃৰ বিয়োগত দাক্ষিণাত্যৰ ছবি জগতত শোকৰ ছাঁ পৰিছে। বিভিন্নজনে ছচিয়েল মিডিয়াযোগেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰীত মহেশ বাবুৱে জ্যেষ্ঠ ভাতৃ ৰমেশ বাবুক হেৰুৱাইছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি