মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »এইবাৰ ৰঙালীৰ উচাহ নাই কি হ’ল! তাৰ মাজতে এদল যুৱক যুৱতীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই মন চুই যাব আপোনাৰ, চাওক Video

এইবাৰ ৰঙালীৰ উচাহ নাই কি হ’ল! তাৰ মাজতে এদল যুৱক যুৱতীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই মন চুই যাব আপোনাৰ, চাওক Video

বৰ্তমান ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে যুৱক-যুৱতীৰ দলটোৰ এই প্ৰচেষ্টাই

বৰ্তমান ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে যুৱক-যুৱতীৰ দলটোৰ এই প্ৰচেষ্টাই

  • Share this:
এইবাৰ নাই আগৰ দৰে বিহুৰ উচাহ। কিন্তু অসমীয়াই কিদৰে পাহৰিব ৰঙালীৰ ৰং? তাৰ মাজতে এদল যুৱক যুৱতীয়ে কিছু ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰিছে বিহু। কোৰোণাক প্ৰতিহত কৰিবলৈ সকলো ব্যস্ত ঘৰে ঘৰে, তাৰ মাজতে ঘৰত থাকিও বিহু গীত গাই, ঢোল, পেপা বজাই, এপাক বিহু নাচি সকলোৰে মন জয় কৰাৰ চেষ্টা কৰিলে এই যুৱক-যুৱতীৰ দলটোৱে।

বৰ্তমান ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে যুৱক-যুৱতীৰ দলটোৰ এই প্ৰচেষ্টাই।

চাওক ভিডিঅ’

শেহতীয়া বাতৰি