কুকিল কণ্ঠী গায়িকা লতা মংগেশকাৰক ‘ডটাৰ অফ দ্য নেশ্যন’ উপাধিৰে সন্মানিত কৰিব কেন্দ্ৰীয় চৰকাৰে। ২৮ ছেপ্টেম্বৰত দেশৰ কিংবদন্তি গায়িকা গৰাকীৰ ৯০ সংখ্যক জন্মদিনত ‘ডটাৰ অফ দ্য নেশ্যন’ খিতাপেৰে সন্মানিত কৰাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে।
হিন্দুস্তান টাইমছত প্ৰকাশিত বাতৰি অনুসৰি বিগত সাত দশকজুৰি ভাৰতীয় সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হ’ব লতা মংগেশকাৰক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 07, 2019, 14:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|