মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Katrina Kaif Honeymoon Pics : হনীমুনৰ পৰা আহি কেটৰিনাই দেখুৱালে নিজৰ এই ৰূপ, বিকি কৌশলৰ সৈতে হনীমুনৰ ফটো কৰিলে শ্বেয়াৰ

Katrina Kaif Honeymoon Pics : হনীমুনৰ পৰা আহি কেটৰিনাই দেখুৱালে নিজৰ এই ৰূপ, বিকি কৌশলৰ সৈতে হনীমুনৰ ফটো কৰিলে শ্বেয়াৰ

Katrina Kaif Honeymoon Pics : কেটৰিনাই বিকি কৌশলৰসৈতে নিজৰ হনীমুনৰ সময়ৰ ফটো শ্বেয়াৰ কৰিছে।

Katrina Kaif Honeymoon Pics : কেটৰিনাই বিকি কৌশলৰসৈতে নিজৰ হনীমুনৰ সময়ৰ ফটো শ্বেয়াৰ কৰিছে।

Katrina Kaif Honeymoon Pics : কেটৰিনাই বিকি কৌশলৰসৈতে নিজৰ হনীমুনৰ সময়ৰ ফটো শ্বেয়াৰ কৰিছে।

  • Share this:
বিয়াৰ আনন্দ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি যেন এতিয়াও ভাগৰি পৰা নাই মোহময়ী অভিনেত্ৰ কেটৰিনা কাইফ (Katrina Kaif).  বিবাহৰ মাত্ৰ ১০ দিন হৈছেহে, গতিকে নিজৰ আনন্দ প্ৰকাশৰ সুযোগকণ এৰি দিব বিচৰা নাই কেটৰিনাই। স্বামী বিকি কৌশল )Vicky Kaushal)ৰ প্ৰতি ছচিয়েল মিডিয়াত প্ৰেম জাহিৰ কৰাৰ সুযোগ হেৰুৱাব বিচৰা নাই কেটৰিনাই। বিয়াৰ পিছৰে পৰা কেটৰিনা আৰু বিকি (Katrina and Vicky)য়ে নিৰন্তৰ তেওঁলোকৰ ফটো শ্বেয়াৰ কৰি আছে।

বাতৰি মতে বিয়াৰ পিছতে লগে লগে কেটৰিনা আৰু বিকিয়ে হনীমুনলৈ (Katrina Kaif and Vicky Kaushal honeymoon) উৰা মাৰিছিল। ক'লৈ গৈছিল সেই কথা এতিয়ালৈ ৰাজহুৱা হোৱা নাই। শনিবাৰে কেটৰিনাই বিকি কৌশলৰসৈতে নিজৰ হনীমুনৰ সময়ৰ ফটো শ্বেয়াৰ কৰিছে। সাগৰ তীৰত পজ দিয়াৰ মুহূৰ্ততনিজৰ হাতত বিয়াৰ বাবে সজোৱা মেহেন্দীৰ ডিজাইন প্ৰদৰ্শন কৰি ফটো তুলিছিল কেটৰিনাই।








View this post on Instagram






A post shared by Katrina Kaif (@katrinakaif)





বিশ্বাস মতে মেহেন্দী (mehendi)ৰ ৰং যিমানেই গাঢ় বা ডীপ হয় সিমানেই হেনো পতি-পত্নীৰ মাজত ভালপোৱা সিমানেই গভীৰ আৰু দৃঢ় হয়। কেটৰিনাৰ হাতৰ মেহেন্দীৰ বোল দেখিও অনুমান হ. বিকি-কেটৰিনাৰ প্ৰেম কিমান গভীৰ। কেটৰিনাৰ হাতৰ এই মেহেন্দী সঁচাকৈ অতুলনীয় সৌন্দৰ্যৰ আঁকৰ হৈ পৰিছে।


উল্লেখ্য যে কেটৰিনাৰ বিয়াৰ মেহেন্দী অনুষ্ঠানৰ বাবে ২০ কেজি জেতুকা পাত আৰু ৪০০টা কোন অনা হৈছিল। কইনা কেটৰিনাৰ লগতে আন আনসকলৰ বাবেও এই বিশেষ মেহেন্দী যোগান ধৰা হৈছিল।
Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি