• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kareena Kapoor Khan|Jeh Ali Khan: এবছৰীয়া হ'ল কৰীণা কপুৰৰ দ্বিতীয় পুত্ৰ জেহ, আজি জেহৰ জন্মদিন, টাইমুৰৰ সৈতে খেলি থকা ফটো শ্বেয়াৰ কৰিলে কৰীণাই

Kareena Kapoor Khan|Jeh Ali Khan: এবছৰীয়া হ'ল কৰীণা কপুৰৰ দ্বিতীয় পুত্ৰ জেহ, আজি জেহৰ জন্মদিন, টাইমুৰৰ সৈতে খেলি থকা ফটো শ্বেয়াৰ কৰিলে কৰীণাই

Kareena Kapoor Khan|Jeh Ali Khan: ২০২১ চনৰ ২১ ফেব্ৰুৱাৰীত জন্ম হৈছিল কৰীণা কাপুৰ খান আৰু ছইফ আলী খানৰ দ্বিতীয় পুত্ৰ জেহৰ। আনহাতে ২০১৬ত জন্ম হৈছিল প্ৰথম পুত্ৰ টাইমুৰৰ। 

  • Share this:
কৰীণা কাপুৰ খান আজি এগৰাকী সুখী মাতৃ। কাৰণ কৰীণাৰ সৰু পুত্ৰ জেহ আলী খানৰ আজি প্ৰথম জন্মদিন। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ দুই পুত্ৰ টাইমুৰ আৰু জেহে একেলগে মজিয়াত খেলি থকা এখন ফটো পোষ্ট কৰিছে। কৰীণাই জেহলৈ জন্মদিনৰ শুভেচ্ছা জনাই এই ফটোখন শ্বেয়াৰ কৰি এইদৰে লিখিছিল-

“Bhaiii,wait for me I am One today ♥️let’s explore the world together …ofcourse with Amma following us everywhere…♥️Happy birthday My Jeh baba…My life♥️ #Mera Beta#My Tiger#To Eternity and beyond,"

বলীউডৰ প্ৰায় সকলো তাৰকাই কৰীণআৰ সৰু পুত্ৰ জেহক জন্মদিনৰ শুভেচ্ছা জনাই কমেণ্ট কৰিছে কৰীণাৰ পোষ্টত। কৰিশ্মা কাপুৰ (Karisma Kapoor), ছোহা আলী খান (Soha Ali Khan), দিয়া মিৰ্জা (Dia Mirza), মনীষ মালহোত্ৰা (Manish Malhotra), অমৃতা আৰোৰা (Amrita Arora)ক ধৰি আন বহুতেই জেহক জন্মদিনৰ শুভেচ্ছা জনাইছে।

কৰীণাই ছইফ আলী খানৰ সৈতেও জেহৰ এখন ফটো শ্বেয়াৰ কৰিছে।

ছইফৰ ভনীয়েক তথা দেহৰ খুড়ীয়েক ছোহা আলী খানেও এটা ভিডিঅ' শ্বেয়াৰ কৰি ভতিজাক জেহলৈ জন্মদিনৰ ওলগ জনাইছে।

View this post on Instagram

A post shared by Soha (@sakpataudi)

২০২১ চনৰ ২১ ফেব্ৰুৱাৰীত জন্ম হৈছিল কৰীণা কাপুৰ খান আৰু ছইফ আলী খানৰ দ্বিতীয় পুত্ৰ জেহৰ। আনহাতে ২০১৬ত জন্ম হৈছিল প্ৰথম পুত্ৰ টাইমুৰৰ।
Published by:Manjumoni Borah
First published: