কৰীণা কাপুৰ খান আজি এগৰাকী সুখী মাতৃ। কাৰণ কৰীণাৰ সৰু পুত্ৰ জেহ আলী খানৰ আজি প্ৰথম জন্মদিন। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ দুই পুত্ৰ টাইমুৰ আৰু জেহে একেলগে মজিয়াত খেলি থকা এখন ফটো পোষ্ট কৰিছে। কৰীণাই জেহলৈ জন্মদিনৰ শুভেচ্ছা জনাই এই ফটোখন শ্বেয়াৰ কৰি এইদৰে লিখিছিল-
“Bhaiii,wait for me I am One today ♥️let’s explore the world together …ofcourse with Amma following us everywhere…♥️Happy birthday My Jeh baba…My life♥️ #Mera Beta#My Tiger#To Eternity and beyond,"