உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Viral Picture: দৃষ্টিভ্ৰমক লৈ এখন ভাইৰেল ছবি, ছবিখনত কিমানটা সংখ্যা আছে সোধোঁতে ৯৯ শতাংশই হয় ব্যৰ্থ, আপুনি ধৰিব পাৰিছেনে?

    Viral Picture: দৃষ্টিভ্ৰমক লৈ এখন ভাইৰেল ছবি, ছবিখনত কিমানটা সংখ্যা আছে সোধোঁতে ৯৯ শতাংশই হয় ব্যৰ্থ, আপুনি ধৰিব পাৰিছেনে?

    • Share this:
    ইণ্টাৰনেটত এতিয়া দৃষ্টিভ্ৰমৰ ছবি সঘনাই শ্বেয়াৰ কৰা দেখা যায়। কেতিয়াবা ই এখন ছবি হয় আৰু কেতিয়াবা ই ছবিখনত লুকাই থকা এটা সংখ্যা বা বস্তু হয়। তাৰে মাজৰ কিছুমান ছবিয়ে বহুতৰ দৃষ্টি আকৰ্ষণ কৰে। এনে এখন ছবি আছিল এয়া।

    নেটত ভাইৰেল হৈ পৰা এই ছবিখন এটা সংখ্যাৰ খেল (game of Number)। অৱশ্যে, ই চকুৰ খেলো। ছবিখনত তিনিটা প্ৰাৰম্ভিক সংখ্যা আছে। সেইবোৰ হৈছে 6, 4 আৰু 8। যিটো সহজে ক'ব পাৰি। কিন্তু তিনিটা নহয়, এই ছবিখনত আৰু বহুতো সংখ্যা লুকাই আছে।



    বেছিভাগেই চেষ্টা কৰিছিল যদিও হৈছিল ব্যৰ্থ। ছবিখনত কিমানটা সংখ্যা আছে আৰু সেইবোৰ কি কি আপুনি ধৰিব পাৰিছিলনে? যদি পৰা নাই তেন্তে জানি লওক ইয়াত মুঠ ১০টা সংখ্যা আছে। কি কি এবাৰ চাই নিজেই উলিয়াই ল'ব পাৰে।
    Published by:Gautam Barman
    First published: