মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »ৰাণু মণ্ডলৰ ভাষণ শুনি কান্দোন ৰখাব নোৱাৰিলে হিমেশ ৰেশমীয়াই!

ৰাণু মণ্ডলৰ ভাষণ শুনি কান্দোন ৰখাব নোৱাৰিলে হিমেশ ৰেশমীয়াই!

মুক্তিপালে হিমেশ ৰেশমীয়াৰ সংগীত পৰিচালনাত ৰাণু মণ্ডলে গোৱা ‘তাৰী মেৰী কাহানী ’ শীৰ্ষক গীত!

মুক্তিপালে হিমেশ ৰেশমীয়াৰ সংগীত পৰিচালনাত ৰাণু মণ্ডলে গোৱা ‘তাৰী মেৰী কাহানী ’ শীৰ্ষক গীত!

  • Share this:
    মুক্তিপালে হিমেশ ৰেশমীয়াৰ সংগীত পৰিচালনাত ৰাণু মণ্ডলে গোৱা ‘তাৰী মেৰী কাহানী ’ শীৰ্ষক গীত! গীতটো মুক্তিৰ লগে লগে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। মুক্তিৰ প্ৰথমদিনাই অতিক্ৰম কৰে পাঁচ মিলিয়নৰ ঘৰ। এটা অনুষ্ঠানত হিমেশ ৰেশমীয়াই নিজৰ নতুন ছবি ‘হেপ্পী হাৰ্ডি এণ্ড হীৰ’ ছবিখনৰ প্ৰচাৰৰ বাবে ৰাণু মণ্ডলৰ সৈতে এটা অনুষ্ঠানত উপস্থিত আছিল। অনুষ্ঠানটোত ৰাণু মণ্ডলৰ ভাষণ শুনি আৱেগিক হৈ পৰে হিমেশ ৰেশমীয়া।

    ৰাণু মণ্ডলৰ ভাষণ শুনি কান্দোন ৰখাব নোৱাৰিলে হিমেশ ৰেশমীয়াই! অনুষ্ঠানটোত ৰাণুৱে হিমেশক নিজৰ জীৱনৰ ভগৱান আখ্যা দিয়ে। এনেধৰণে ৰেল ষ্টেচনৰ পৰা আনি ৰাণুক গীত গোৱাৰ সুবিধা দিয়াৰ বাবে হিমেশক ধন্যবাদ জনাই ৰাণু মণ্ডলে।

    শেহতীয়া বাতৰি