এইবাৰ বাংলাদেশৰ ছচিয়েল মিডিয়া ষ্টাৰ হিৰো আলমৰ কণ্ঠত শুনিবলৈ পোৱা গ'ল কেঁচা বাদাম শীৰ্ষক গীত।
এইবাৰ বাংলাদেশৰ ছচিয়েল মিডিয়া ষ্টাৰ হিৰো আলমৰ কণ্ঠত শুনিবলৈ পোৱা গ'ল কেঁচা বাদাম শীৰ্ষক গীত।
'বাদাম বাদাম দাদা, কেঁচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম...'- ছচিয়েল মিডিয়াত এতিয়া চৰ্চাৰ শীৰ্ষত এইটো গীত। এগৰাকী বাদাম বিক্ৰেতাৰ কণ্ঠত ছুপাৰ ভাইৰেল হৈছিল এই গীত।
এইবাৰ বাংলাদেশৰ ছচিয়েল মিডিয়া ষ্টাৰ হিৰো আলমৰ কণ্ঠত শুনিবলৈ পোৱা গ'ল কেঁচা বাদাম শীৰ্ষক গীত।
বাংলাদেশৰ আশ্ৰাফুল আলম ওৰফে হিৰো আলমে বাৰে বাৰে ট্ৰলৰ সন্মুখীন হৈ যদিও নিজৰ কামত কোনো দিন থমকি ৰোৱা নাই।
সম্প্ৰতি হিৰো আলমে পৰিচালক বাবুল ৰেজাৰ ছবি 'বৌ জামাইয়েৰ লড়াই' ছবিৰ শ্বুটিং শেষ কৰিছে। লগতে আৰম্ভ কৰিছে ৰাজু চৌধুৰীৰ নচুন ছবি 'নষ্ট হোৱাৰ কষ্ট' নামৰ এখন চিনেমাল শ্বুটিং। ইয়াৰ মাজতে ভাইৰেল হৈছে হিৰো আলমৰ কণ্ঠৰ গীত কেঁচা বাদাম।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|