জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকা সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ছচিয়েল মিডিয়াত অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ আছে অজস্ৰ গুণমুগ্ধ। যেতিয়াই দ্বীপলিনাই নিজৰ ফটো বা ভিডিও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে, তেতিয়াই হৈ পৰে ভাইৰেল।
ছচিয়েল মিডিয়াত এইবাৰ দ্বীপলিনা ডেকাই শ্বেয়াৰ কৰিছে তেওঁৰ আহিবলগীয়া এটি নতুন প্ৰজেক্টৰ প্ৰথমখন পোষ্টাৰ। গুণগুণৰ পোষ্টাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে লিখিছে- 'আগবঢ়ালো 'গুণ গুণ'ৰ প্ৰথমখন poster। মৰম, আদৰ আৰু হেঁপাহৰ এটি সৰু কাহিনীৰ সৈতে অতি সোনকালে আহি আছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|