মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Viral Video : ৰাখীস্মিতা কলিতাৰ কণ্ঠই মুহিব আপোনাৰ মন! মাতৃৰ সৈতে গীত গাই ভাইৰেল

Viral Video : ৰাখীস্মিতা কলিতাৰ কণ্ঠই মুহিব আপোনাৰ মন! মাতৃৰ সৈতে গীত গাই ভাইৰেল

ৰাখীস্মিতাৰ কণ্ঠ সুন্দৰ। অসমীয়াৰ লগতে হিন্দী গীতত কণ্ঠদান কৰা ভিডিঅ’ও শ্বেয়াৰ কৰি আহিছে ছচিয়েল মিডিয়াত।

  • Share this:
ছচিয়েল মিডিয়াত প্ৰতিদিনে লাখ লাখ ভিডিঅ’ আপলোড হয়। তাৰ মাজৰ পৰা বহু ভিডিঅ’ ভাইৰেল হৈ পৰে। যিবোৰ ভিডিঅ’ই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক আকৰ্ষণ কৰে সেইবোৰ ভিডিঅ’ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। শেহতীয়াকৈ এগৰাকী যুৱতী ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। মাতৃৰ সৈতে সুন্দৰ গীতৰ কলি গাই সকলোৰে মন মুহিছে ৰাখীস্মিতা নামৰ যুৱতীগৰাকীয়ে।

মাতৃৰ সৈতে দীপালী বৰঠাকুৰৰ ‘সময় পালে আমাৰ ফালে এবাৰ আহি যাবা...’ গীতটো গাই জনপ্ৰিয়তা লাভ কৰিছে ৰাখীস্মিতাই। গীতটোত মাতৃ–কন্যাৰ গায়নশৈলীয়ে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ৰাখীস্মিতাৰ কণ্ঠ সুন্দৰ। অসমীয়াৰ লগতে হিন্দী গীতত কণ্ঠদান কৰা ভিডিঅ’ও শ্বেয়াৰ কৰি আহিছে ছচিয়েল মিডিয়াত।

ৰাখীস্মিতাই মাতৃৰ সৈতে গোৱা গীত – ক্লিক কৰক https://www.facebook.com/reel/922969665488333

সময়ে সময়ে বিভিন্ন ভিডিঅ’–ৰিল শ্বেয়াৰ কৰি থাকে ৰাখীস্মিতাই। যিবোৰ ভিডিঅ’ই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিছে। ৰাখিস্মিতাৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

শেহতীয়া বাতৰি