মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »গুৱাহাটীত ফিল্মফেয়াৰ চোৱাৰ মন আছে নেকি? মুকলি কৰা হৈছে টিকট

গুৱাহাটীত ফিল্মফেয়াৰ চোৱাৰ মন আছে নেকি? মুকলি কৰা হৈছে টিকট

১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ফিল্মফেয়াৰৰ মুঠ বাজেট নিৰ্ধাৰণ কৰা হৈছে ৩০০ কোটি টকা।

১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ফিল্মফেয়াৰৰ মুঠ বাজেট নিৰ্ধাৰণ কৰা হৈছে ৩০০ কোটি টকা।

১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ফিল্মফেয়াৰৰ মুঠ বাজেট নিৰ্ধাৰণ কৰা হৈছে ৩০০ কোটি টকা।

  • Share this:
দেশৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা ফিল্মফেয়াৰৰ বাবে সাজু হৈছে অসম পৰ্যটন বিভাগ। গুৱাহাটীত হ’বলগীয়া এই  ফিল্মফেয়াৰৰ বাবে বৃহস্পতিবাৰৰ পৰা মুকলি কৰা হৈছে টিকট। ‍Book my showত দৰ্শকৰ বাবে মুকলি কৰা হৈছে ৬৫সংখ্যক ফিল্মফেয়াৰৰ টিকট।

গুৱাহাটীৰ সৰুসজাইত হ’বলগীয়া এই অনুষ্ঠানৰ টিকটৰ ন্যূনতম মূল্য ১০০০ টকা আৰু সৰ্বাধিক মূল্য হৈছে তিনি লাখ টকা পৰ্যন্ত। ইয়াৰ উপৰি আছে ২৫০০, ৫ হাজাৰ, ১৫ হাজাৰ, ২৫ হাজাৰ , এক লাখ, দুই লাখ টকাৰ টিকটো। ১০০০ টকীয়া টিকট দিয়া হ’ব কেৱল স্কুলীয়া ছাত্ৰ-ছাত্ৰীকহে। যাৰ নাম দিয়া হৈছে ‘ব্ৰঞ্জ জ’ন’।

১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ফিল্মফেয়াৰৰ মুঠ বাজেট নিৰ্ধাৰণ কৰা হৈছে ৩০০ কোটি টকা।ইতিমধ্যে বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং, বিকি কৌশল, আয়ুষ্মান খুৰাণা আৰু আলিয়া ভাট এই অনুষ্ঠানলৈ অহাৰ নিশ্চিত প্ৰদান কৰিছে বুলি জানিব পৰা গছে। বলীউদৰ বাদশ্বাহ শ্বাহৰুফ খান, কৰণ জহৰ, ঋত্বিক ৰোশনকে ধৰি বহু তাৰকা অহাৰ সম্ভাৱনা আছে এই অনুষ্ঠানলৈ।

শেহতীয়া বাতৰি