মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »অসমে আকৰ্ষিত কৰিছে বলীউদক! আয়ুষ্মান–আলিয়াৰ মুখত অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ কথা, Video

অসমে আকৰ্ষিত কৰিছে বলীউদক! আয়ুষ্মান–আলিয়াৰ মুখত অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ কথা, Video

ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ

ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ

ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ

  • Share this:
ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ। ভূমি পাডনেকাৰ, বৰুণ ধাৱানৰ পিছত এইবাৰ আলিয়া ভাট আৰু আয়ুষ্মান খুড়ানাই বৰ্ণনা কৰি গ’ল অসমৰ কথা। মুকলি কৰা হৈছে ইটোৰ পিছত সিটো আগন্তুক ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০ৰ প্ৰম’।



প্ৰম’ দুটাত দেখিবলৈ পোৱা গ’ল আলিয়া ভাট আৰু আয়ুষ্মান খুড়ানাই  মহাবাহু ব্ৰহ্মপুত্ৰ, মাজুলীৰ মুখা–শিল্প, বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ কিছু আভাস দিয়া।

শেহতীয়া বাতৰি