এই সপ্তাহৰ আৰম্ভণিতে, ৰিয়া চক্ৰৱৰ্তীক এক মিডিয়া হাউচে Most Desirable Woman 2020ৰ খিতাপ দিছিল। এয়া কেৱল কাৰোবাৰ শাৰীৰিক সৌন্দৰ্য বা সুন্দৰ চেহেৰাৰ ওপৰত আধাৰিত নহয়, কিন্তু মুখ্যতঃ কোনে ব্যক্তিজনৰ বিষয়ে কিমান ভাবে বা সেই ব্যক্তিজনে কাৰোবাৰ মনত কিমান স্থান ৰাখিছে তাৰ ওপৰত আধাৰিত আছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : June 09, 2021, 23:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।