
দিল্লী আৰক্ষীয়ে অফিচিয়েল টুইটাৰ একাউণ্টত বিকি কৌশল আৰু কেটৰিণাৰ বিবাহৰ উদাহৰণ দাঙি ধৰি ৰাইজৰ ওচৰত এক বিশেষ আহ্বান জনাইছে।
দিল্লী আৰক্ষীয়ে অফিচিয়েল টুইটাৰ একাউণ্টত বিকি কৌশল আৰু কেটৰিণাৰ বিবাহৰ উদাহৰণ দাঙি ধৰি ৰাইজৰ ওচৰত এক বিশেষ আহ্বান জনাইছে।
বলীউদৰ অভিনেতা বিকি কৌশল আৰু কেটৰিণা কেঈফে অৱশেষত ২০২১ চনৰ ৯ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হয়। দম্পতিটোৱে তেওঁলোকৰ বিয়াখন গোপন ৰখাৰ বাবে কেইবাটাও ব্যৱস্থা কৰিছিল। বিয়াত উপস্থিত থকা অতিথিসকলক ফোন নানিবলৈ নিৰ্দেশ দিয়া হৈছিল যাতে তেওঁলোকে ' 'Vickat' বিবাহৰ ফটো লিক কৰিব নোৱাৰে। কিন্তু ইমানৰ পিছতো লিক হ'ল তেওঁলোকৰ বিয়াৰ ফটো। কিন্তু এইবাৰ বিকি-কেটৰিণাৰ বিয়াৰ আলমত বিশেষ টুইট কৰিলে দিল্লী আৰক্ষীয়ে।
দিল্লী আৰক্ষীয়ে অফিচিয়েল টুইটাৰ একাউণ্টত বিকি কৌশল আৰু কেটৰিণাৰ বিবাহৰ উদাহৰণ দাঙি ধৰি ৰাইজৰ ওচৰত এক বিশেষ আহ্বান জনাইছে।
সেই পোষ্টটোত আৰক্ষীয়ে লিখিছিল, "হেল্লো পাব্লিক, আপোনাৰ পাছৱৰ্ডটো #VicKat বিবাহৰ দৰে সুৰক্ষিত কৰক।" দিল্লী আৰক্ষীয়ে জনসাধাৰণক এক উদাহৰণ দিবলৈ চেষ্টা কৰিছে যে, কেনেদৰে মানুহে যিকোনো ধৰণৰ পাছৱৰ্ড সুৰক্ষিত কৰিব লাগে আৰু যিদৰে বিকি কেটৰিণাই তেওঁলোকৰ বিয়া অতি গোপণে সম্পন্ন কৰিছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|