• Home
  • »
  • News
  • »
  • entertainment
  • »
  • দুৰ্গা পূজাৰ বতৰত অনুৰাগীলৈ বিশেষ উপহাৰ দ্বীপলিনা ডেকাৰ, চাওক আকৰ্ষণীয় ভিডিও

দুৰ্গা পূজাৰ বতৰত অনুৰাগীলৈ বিশেষ উপহাৰ দ্বীপলিনা ডেকাৰ, চাওক আকৰ্ষণীয় ভিডিও

ছচিয়েল মিডিয়াতো দ্বীপলিনা ডেকা অত্যন্ত জনপ্ৰিয়। অনুৰাগীৰ সংখ্যাও চকুত লগা।

ছচিয়েল মিডিয়াতো দ্বীপলিনা ডেকা অত্যন্ত জনপ্ৰিয়। অনুৰাগীৰ সংখ্যাও চকুত লগা।

ছচিয়েল মিডিয়াতো দ্বীপলিনা ডেকা অত্যন্ত জনপ্ৰিয়। অনুৰাগীৰ সংখ্যাও চকুত লগা।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকাই অনুৰাগীৰ বাবে সাজু কৰিছে এক বিশেষ উপহাৰ। দুৰ্গা পূজাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে আগবঢ়াই দিব এটা নতুন গীত।

দ্বীপলিনাই কণ্ঠদান কৰা আলসুৱা শীৰ্ষক গীতটো আগন্তুক দুটা দিনৰ ভিতৰত মুক্তি লাভ কৰিব। বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত হৈ পৰিছে নতুন গীতটোৰ প্ৰচাৰত।




ছচিয়েল মিডিয়াতো দ্বীপলিনা ডেকা অত্যন্ত জনপ্ৰিয়। অনুৰাগীৰ সংখ্যাও চকুত লগা। বৰ্তমান কেৱল ইনষ্টাগ্ৰামতে দ্বীপলিনাৰ ফলোৱাৰ্ছৰ সংখ্যাই ১ মিলিয়নৰ ঘৰ স্পৰ্শ কৰাৰ পথত।
Published by:Himangshu Bhuyan
First published: