জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকাই অনুৰাগীৰ বাবে সাজু কৰিছে এক বিশেষ উপহাৰ। দুৰ্গা পূজাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে আগবঢ়াই দিব এটা নতুন গীত।
দ্বীপলিনাই কণ্ঠদান কৰা আলসুৱা শীৰ্ষক গীতটো আগন্তুক দুটা দিনৰ ভিতৰত মুক্তি লাভ কৰিব। বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত হৈ পৰিছে নতুন গীতটোৰ প্ৰচাৰত।