জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দ্বীপলিনা ডেকাৰ ফটো বা ভিডিও মানেই ছচিয়েল মিডিয়াত ধুমুহা। জনপ্ৰিয় ছচিয়েল মিডিয়া চাইট ইনষ্টাগ্ৰামতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ফলোৱাৰ্ছৰ সংখ্যা প্ৰায় মিলিয়নৰ ওচৰা-ওচৰি।
কিছুদিন পূৰ্বে দ্বীপলিনা ডেকাৰ গুণগুণ শীৰ্ষক এটি গীতেও মুক্তি লাভ কৰিছিল। ইতিমধ্যে দৰ্শকৰ হৃদয় জিনিছে নতুন গীতটোৱে। গীতটোত দ্বীপলিনাক নতুন ৰূপতো দেখিবলৈ পোৱা গৈছে।