• Home
  • »
  • News
  • »
  • entertainment
  • »
  • 'কাক ভালপাও' বুলি ক'ব জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাই? চাওক এই আকৰ্ষণীয় ভিডিও

'কাক ভালপাও' বুলি ক'ব জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাই? চাওক এই আকৰ্ষণীয় ভিডিও

ফটো : দীপলিনা ডেকাৰ ফেচবুকৰ পৰা।

ফটো : দীপলিনা ডেকাৰ ফেচবুকৰ পৰা।

জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দ্বীপলিনা ডেকাৰ ফটো বা ভিডিও মানেই ছচিয়েল মিডিয়াত ধুমুহা।

  • Share this:
জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দ্বীপলিনা ডেকাৰ ফটো বা ভিডিও মানেই ছচিয়েল মিডিয়াত ধুমুহা। জনপ্ৰিয় ছচিয়েল মিডিয়া চাইট ইনষ্টাগ্ৰামতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ফলোৱাৰ্ছৰ সংখ্যা প্ৰায় মিলিয়নৰ ওচৰা-ওচৰি।

কিছুদিন পূৰ্বে দ্বীপলিনা ডেকাৰ গুণগুণ শীৰ্ষক এটি গীতেও মুক্তি লাভ কৰিছিল। ইতিমধ্যে দৰ্শকৰ হৃদয় জিনিছে নতুন গীতটোৱে। গীতটোত দ্বীপলিনাক নতুন ৰূপতো দেখিবলৈ পোৱা গৈছে।




ইনষ্টাগ্ৰামত দ্বীপলিনা ডেকাৰ ফেনপেজ Deeplina_deka7ত শেহতীয়াকৈ এটা ৰিল ভিডিও আপলোড কৰিছে। 'ভালপাও বুলি কম'- শীৰ্ষক এটি গীতত ৰীল ভিডিও প্ৰস্তুত কৰি আপলোড কৰা হৈছে পেজটোত। ভিডিওটো আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। ভিডিওটো আপলোড কৰাৰ পিছতে অনুৰাগীয়ে দ্বীপলিনাক কমেণ্ট কৰি সুধিছে যে, 'কাক ভালপাও বুলি ক'ব'।
Published by:Himangshu Bhuyan
First published: