உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Deepika Padukone: কাঁ ফিল্ম ফেষ্টিভেলত চৰ্চাৰ বিষয় হৈ পৰিছে দীপিকা পাডুকোনৰ কাণ, জানক সবিশেষ

    Deepika Padukone: কাঁ ফিল্ম ফেষ্টিভেলত চৰ্চাৰ বিষয় হৈ পৰিছে দীপিকা পাডুকোনৰ কাণ, জানক সবিশেষ

    Deepika Padukone Earrings at Cannes: এনে গধুৰ কাণফুলি পিন্ধা অভিনেত্ৰীগৰাকীক দেখি ছ’চিয়েল মিডিয়াত নেটিজেনে বাৰুকৈয়ে উদ্বেগ প্ৰকাশ কৰে।

    • Share this:
    কাঁ চলচ্চিত্ৰ মহোৎসৱ (Cannes Film Festival)ৰ মুকলি অনুষ্ঠানত ৰেড কাৰ্পেট (Red Carpet)ত খোজ কঢ়াৰ সময়ত বলিউডৰ ছুপাৰষ্টাৰ দীপিকা পাডুকনে (Deepika Padukone) চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেৱল এয়াই নহয় কাঁ ফেষ্টিভেলৰ জুৰীৰ সৈতে ৰেড কাৰ্পেটত খোজ কাঢ়ি ছ’চিয়েল মিডিয়াতো ট্ৰেণ্ড কৰিবলৈ সক্ষম হয় অভিনেত্ৰীগৰাকীয়ে। ডিজাইনাৰ সব্যাসচী মুখাৰ্জীৰ ক’লা আৰু সোণালী জিলিকি থকা শাৰীয়ে দীপিকাৰ ৰূপত ভাৰতীয় পৰশ দিছিল। চুলিখিনিও সোণৰ হেয়াৰবেণ্ড এটাৰে ধুনীয়াকৈ বান্ধি লৈছিল।  এই সকলোবোৰৰ মাজতো যিটোৰ বাবে দীপিকা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেয়া হৈছে তাইৰ সোণৰ চেণ্ডেলিয়াৰ কাণফুলি (Deepika Padukone Earrings)।

    এনে গধুৰ কাণফুলি পিন্ধা অভিনেত্ৰীগৰাকীক দেখি ছ’চিয়েল মিডিয়াত নেটিজেনে বাৰুকৈয়ে উদ্বেগ প্ৰকাশ কৰে।

    ২৮ মে’ত কাঁত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত এইবাৰৰ পাম ডি অ’ৰ সন্মানৰ বিজয়ীসকলক বাছি ল’বলগীয়া ৯ জনীয়া জুৰীৰ এগৰাকী সদস্যা দীপিকা পাডুকোন।
    Published by:Manjumoni Borah
    First published: