দীপিকা পাডুকনে (Deepika Padukone) যেতিয়াই ৰেড কাৰ্পেট (Red Carpet)ত ওলায় তেতিয়াই আমাক সোঁৱৰাই দিয়ে যে সঁচা অৰ্থতে তেওঁ এগৰাকী ফেশ্বন আইকন। কিন্তু মঙলবাৰে কান চলচ্চিত্ৰ মহোৎসৱ (Cannes Film Festival) ত অভিনেত্ৰীগৰাকীৰ ৰেড কাৰ্পেটত খোজ দিয়াৰ সময়ত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হ'ল। দীপিকাই এটা বিশাল কমলা ৰঙৰ গাউন (Deepika Padukone Orange Gown) পিন্ধি আহিছিল যিটোক লৈ খোজ কাঢ়িবলৈ যথেষ্ট কষ্ট কৰা দেখা গৈছিল। চাওক ভিডিঅ'-
এই বছৰ কান ফেষ্টিভেলত জুৰীৰ অংশ দীপিকাই সতীৰ্থ জুৰীৰ সদস্যসকলৰ সৈতে পোজ দিছিল যেতিয়া তেওঁলোকে L’innocent ছবিখনৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|