
আকৌ এবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বলীউদৰ অভিনেতা অভিনেত্ৰীৰ আকৰ্ষণীয় ভিডিঅ’
আকৌ এবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বলীউদৰ অভিনেতা অভিনেত্ৰীৰ আকৰ্ষণীয় ভিডিঅ’
ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’। বলীউদৰ দুই জনপ্ৰিয় অভিনেতা অভিনেত্ৰী বৰুণ ধাৱান আৰু কিয়াৰা আদৱানীৰ আকৰ্ষণীয় নৃত্যই ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা। এক অনুষ্ঠন পৰিবেশনৰ বাবে দুয়ো অনুশীলন কৰি থকা সময়ৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। দুয়োৰে এই ভিডিঅ’টোৰ পিছত বিভিন্ন জনে বিভিন্ন মন্তব্য কৰিছে ছচিয়েল মিডিয়াত।
চাওক ভিডিঅ’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|