• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Zwigato Trailer : নায়কৰ ৰূপত কমেডিয়ান কপিল শৰ্মা, নন্দিতা দাসৰ কথাছবি ''জ্বিগাটো''ৰ ট্ৰেইলাৰ মুকলি

Zwigato Trailer : নায়কৰ ৰূপত কমেডিয়ান কপিল শৰ্মা, নন্দিতা দাসৰ কথাছবি ''জ্বিগাটো''ৰ ট্ৰেইলাৰ মুকলি

কপিলৰ এয়া তৃতীয়খন ছবি আৰু ২০১৭ চনৰ পিছত তেওঁৰ প্ৰথমখন ছবি।

কপিলৰ এয়া তৃতীয়খন ছবি আৰু ২০১৭ চনৰ পিছত তেওঁৰ প্ৰথমখন ছবি।

কপিলৰ এয়া তৃতীয়খন ছবি আৰু ২০১৭ চনৰ পিছত তেওঁৰ প্ৰথমখন ছবি।

  • Share this:
বিখ্যাত কমেডিয়ান কপিল শৰ্মা অভিনীত ছবি ‘জ্বিগাটো’ৰ ট্ৰেইলাৰ মুকলি। ছবিখনৰ পৰিচালনা কৰিছে প্ৰখ্যাত পৰিচালিকা নন্দিতা দাসে। ডেলিভাৰী বয়ৰ সংগ্ৰামৰ আধাৰত নিৰ্মিত এই চিনেমাখনক লৈ উত্‍সুক চলচ্চিত্ৰপ্ৰেমী।

কতাছবিখনৰ ট্ৰেইলাৰত দেখুওৱা হৈছে যে কেনেকৈ এজন ফুড ডেলিভাৰী ল’ৰাই দিনে-ৰাতিয়ে কষ্টৰে আনৰ ঘৰত খাদ্য যোগান ধৰি নিজ পত্নী আৰু সন্তানক পোহপাল দিয়ে। ইয়াৰ মাজতে সময়মতে গৈ নোপোৱাত তেওঁ কেনে ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হয়।



ছবিখনত কপিলৰ উপৰি অভিনয় কৰিছে অভিনেত্ৰী শ্বাহানা গোস্বামীয়ে, যি তেওঁৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। এয়া কৰ’না ভাইৰাছ আৰু লকডাউনৰ ওপৰত আধাৰিত ছবি, যেতিয়া বহু লোক নিবনুৱা হৈ পৰিছিল। কপিলৰ এয়া তৃতীয়খন ছবি আৰু ২০১৭ চনৰ পিছত তেওঁৰ প্ৰথমখন ছবি।
Published by:Gautam Barman
First published: