உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Actress Childhood Photo: মাকৰ কোলাত খেলি থকা এই মৰমলগা কণমানিজনীয়ে আজি বলীউডত ৰাজ কৰি আছে, তিনি খানৰ সৈতেও কৰিছে ব্লকবাষ্টাৰ চিনেমা

    Actress Childhood Photo: মাকৰ কোলাত খেলি থকা এই মৰমলগা কণমানিজনীয়ে আজি বলীউডত ৰাজ কৰি আছে, তিনি খানৰ সৈতেও কৰিছে ব্লকবাষ্টাৰ চিনেমা

    Bollywood Actress Childhood Photo:  বলীউডৰ এই অভিনেত্ৰীগৰাকীৰ (Bollywood Actress) শৈশৱৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপুনি চিনাক্ত কৰিব নোৱাৰিব যে মাকৰ কোলাত এই মৰমলগা কণমানিজনী কোন।

    Bollywood Actress Childhood Photo: বলীউডৰ এই অভিনেত্ৰীগৰাকীৰ (Bollywood Actress) শৈশৱৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপুনি চিনাক্ত কৰিব নোৱাৰিব যে মাকৰ কোলাত এই মৰমলগা কণমানিজনী কোন।

    Bollywood Actress Childhood Photo: বলীউডৰ এই অভিনেত্ৰীগৰাকীৰ (Bollywood Actress) শৈশৱৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপুনি চিনাক্ত কৰিব নোৱাৰিব যে মাকৰ কোলাত এই মৰমলগা কণমানিজনী কোন।

    • Share this:
    বলীউডৰ তাৰকাসকলৰ শৈশৱৰ নেদেখা ছবিবোৰে (Bollywood Celebs Childhood Unseen Photos) আজিকালি প্ৰায়েই ছচিয়েল মিডিয়াত ধুম-ধাম কৰি থাকে। প্ৰতি দিনেই কোনোবা নহয় কোনোবা চেলিব্ৰেটীৰ সংগ্ৰামৰ দিনবোৰৰ বা শৈশৱৰ ফটো ভাইৰেল হৈ পৰে। আকৌ এবাৰ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী (Bollywood Popular Actress) ফটো ভাইৰেল হৈ পৰিছে যিখন ফটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু বাতৰিৰো শিৰোনাম দখল কৰা দেখা গৈছে। অনুৰাগীসকলে আনকি নাজানে যে ফটোখনত মাকৰ কোলাত থকা এই মৰমলগা কণমানি ছোৱালীজনী আচলতে কোন। অভিনেত্ৰীগৰাকীৰ শৈশৱৰ ফটোখন  (Actress Childhood Photo) সঁচাকৈ আচৰিত। যদি আপুনিও এইগৰাকী অভিনেত্ৰীক চিনাক্ত কৰিব পৰা নাই তেন্তে আপোনাক কওঁ যে তিনি খানৰ সৈতে অৰ্থাৎ ছলমান খান (Salman Khan), শ্বাহৰুখ খান (Shahrukh Khan) আৰু আমিৰ খান (Aamir Khan)ৰ চুপাৰহিট ছবি দিছে এইগৰাকী অভিনেত্ৰীয়ে।

    আপুনি ইণ্টাৰনেটত ভাইৰেল হৈ থকা এই ফটোখন (Viral Photo) চিনাক্ত কৰিব নোৱাৰিব পাৰে, কিন্তু বলীউডপ্ৰেমীসকলে তেওঁলোকৰ প্ৰিয় অভিনেত্ৰীগৰাকীক চিনাক্ত কৰিব পাৰিব নিশ্চয়। এয়া আন কোনো নহয় কিন্তু অনুষ্কা শৰ্মাৰ শৈশৱৰ ফটো (Anushka Sharma Childhood Photo)। অনুষ্কাক তাইৰ মাকৰ (Anushka Sharma Mother) কোলাত ইমান মৰমলগা দেখাইছে। অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ এই ফটোখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনুষ্কা শৰ্মাই (Anushka Sharma) ইতিমধ্যে বলীউডত নিজৰ অনন্য পৰিচয় নিৰ্মাণ কৰিবলৈ সফল হৈছে। অনুষ্কা শৰ্মা (Anushka Sharma Movie) কেৱল এগৰাকী অভিনেত্ৰী নহয়, তেওঁ এগৰাকী চলচ্চিত্ৰ প্ৰযোজকো হৈ পৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰযোজনা গৃহৰ বেনাৰত কেইবাখনো চলচ্চিত্ৰ আৰু ৱেব ছিৰিজ (Web Series) নিৰ্মাণ কৰিছে।

    এই সকলোবোৰৰ উপৰিও, অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী বিৰাট কোহলীৰ (Anushka Sharma And Virat Kohli Romantic Photo) ৰোমাণ্টিক ফটো ছচিয়েল মিডিয়াত দিনে দিনে ভাইৰেল হৈ পৰে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা (Anushka Sharma Wedding Date) ২০১৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কৰ্মক্ষেত্ৰৰ কথা ক'লে, অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে 2018 চনত জিৰো (Zero Release Date)ত দেখা গৈছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    অনুষ্কা শৰ্মাৰ (Anushka Sharma) উপৰিও ছবিখনত শ্বাহৰুখ খান (Shahrukh Khan) আৰু কেটৰিনা কাইফ (Katrina Kaif)এও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।
    Published by:Manjumoni Borah
    First published: