• Home
  • »
  • News
  • »
  • entertainment
  • »
  • 'The Kashmir Files' এতিয়া OTT প্লেটফৰ্মতো মুক্তি পাব, ছবিখন ১৯০ খনতকৈও অধিক দেশত চাব পাৰিব ...

'The Kashmir Files' এতিয়া OTT প্লেটফৰ্মতো মুক্তি পাব, ছবিখন ১৯০ খনতকৈও অধিক দেশত চাব পাৰিব ...

কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত আধাৰিত 'The Kashmir Files' বোলছবিখনে সকলো অভিলেখ ভংগ কৰিছে। সোনকালেই ছবিখন OTT প্লেটফৰ্মতো দেখা যাব। ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা ভিডিঅ' ষ্ট্ৰীমিং প্লেটফৰ্ম ZEE5য়ে 'দ্য কাশ্মীৰ ফাইলছ'ৰ ষ্ট্ৰীমিং অধিকাৰ লাভ কৰিছে।

  • Share this:
কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত আধাৰিত 'The Kashmir Files' বোলছবিখনে সকলো অভিলেখ ভংগ কৰিছে। ছবিখন ২০২২ চনৰ ১১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰে। ছবিখনে বক্স অফিচত ২৫০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথম খন হিন্দী ছবি হৈ ইতিহাস সৃষ্টি কৰিছে। এতিয়া সোনকালেই ছবিখন OTT প্লেটফৰ্মতো দেখা যাব। ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা ভিডিঅ' ষ্ট্ৰীমিং প্লেটফৰ্ম ZEE5য়ে 'দ্য কাশ্মীৰ ফাইলছ'ৰ ষ্ট্ৰীমিং অধিকাৰ লাভ কৰিছে।

ZEE5-ত ইয়াৰ ৱৰ্ল্ড ডিজিটেল প্ৰিমিয়াৰ ছেট হোৱাৰ সৈতে, 'দ্য কাশ্মীৰ ফাইলছ' শীঘ্ৰেই হিন্দী, তামিল, তেলেগু আৰু কানাড়াকে ধৰি একাধিক ভাষাত ১৯০ খনতকৈও অধিক দেশত উপলব্ধ হ'ব। জি ষ্টুডিঅ' আৰু তেজ নাৰায়ণ আগৰৱালা, অভিষেক আগৰৱালা, পল্লৱী যোশী আৰু বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা 'দ্য কাশ্মীৰ ফাইলছ'ৰ কাহিনী বিবেক অগ্নিহোত্ৰীয়ে লিখিছে (Vivek Ranjan Agnihotri) আৰু বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে পৰিচালনা কৰিছে।
Published by:Kokil Sarma
First published: