তেজপুৰৰ পৰা মুম্বাই অভিমুখে যাত্ৰা বলীউদৰ ৩ তাৰকাৰ৷ ১০ দিনীয়া শ্বুটিং সামৰি তেজপুৰৰ পৰা মুম্বাইলৈ উৰা মাৰিলে ঋত্বিক ৰোশন, অনিল কাপুৰ আৰু দীপিকা পাডুকণে৷
তেজপুৰত শ্বুটিঙত ব্যস্ত আছিল বলিউদৰ ৩ তাৰকা৷ ১৭ নৱেম্বৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত আছিল ৩ জনপ্ৰিয় তাৰকা৷ নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং সম্পন্ন হৈছিল বায়ুসেনা ঘাটিত৷
বিদায় পৰত মিষ্টাৰ ইণ্ডিয়াখ্যাত অনিল কাপুৰে কৈ গ'ল - তেজপুৰ এখন সুন্দৰ ঠাই৷ উল্লেখযোগ্য যে ‘ফাইটাৰ’ ছবিখনৰ লগতে বিগত কিছুদিন ধৰি কংগনা ৰানাৱটৰ ‘ইমাৰজেন্সী’ ছবিখনৰো শ্বুটিং চলি আছে অসমৰ বিভিন্ন লোকেশ্যনত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|