• Home
  • »
  • News
  • »
  • entertainment
  • »
  • তেজপুৰৰ পৰা মুম্বাইলৈ ৰাওনা হ’ল বলীউদ তাৰকা ঋত্বিক ৰোশন, অনিল কাপুৰ আৰু দীপিকা পাডুকণ, যোৱাৰ সময়ত অনিল কাপুৰে কৈ গ’ল এই কথা

তেজপুৰৰ পৰা মুম্বাইলৈ ৰাওনা হ’ল বলীউদ তাৰকা ঋত্বিক ৰোশন, অনিল কাপুৰ আৰু দীপিকা পাডুকণ, যোৱাৰ সময়ত অনিল কাপুৰে কৈ গ’ল এই কথা

তেজপুৰত শ্বুটিঙত ব্যস্ত আছিল বলিউদৰ ৩ তাৰকা৷ ১৭ নৱেম্বৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত আছিল ৩ জনপ্ৰিয় তাৰকা৷

  • Share this:
তেজপুৰৰ পৰা মুম্বাই অভিমুখে যাত্ৰা বলীউদৰ ৩ তাৰকাৰ৷ ১০ দিনীয়া শ্বুটিং সামৰি তেজপুৰৰ পৰা মুম্বাইলৈ উৰা মাৰিলে ঋত্বিক ৰোশন, অনিল কাপুৰ আৰু দীপিকা পাডুকণে৷

তেজপুৰত শ্বুটিঙত ব্যস্ত আছিল বলিউদৰ ৩ তাৰকা৷ ১৭ নৱেম্বৰৰ পৰা তেজপুৰ বায়ুসেনা ঘাটিত আছিল ৩ জনপ্ৰিয় তাৰকা৷ নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং সম্পন্ন হৈছিল বায়ুসেনা ঘাটিত৷

বিদায় পৰত মিষ্টাৰ ইণ্ডিয়াখ্যাত অনিল কাপুৰে কৈ গ'ল - তেজপুৰ এখন সুন্দৰ ঠাই৷ উল্লেখযোগ্য যে ‘ফাইটাৰ’ ছবিখনৰ লগতে বিগত কিছুদিন ধৰি কংগনা ৰানাৱটৰ ‘ইমাৰজেন্সী’ ছবিখনৰো শ্বুটিং চলি আছে অসমৰ বিভিন্ন লোকেশ্যনত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি