• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Assam Flood: অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য ! মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে ...

Assam Flood: অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য ! মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়ালে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিয়ে ...

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টিয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ লাখ টকা। তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় এই ধনৰাশি।

  • Share this:
অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য। টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই কথা।

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টিয়ে আগবঢ়ালে ৫ লাখ টকা। তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায় এই ধনৰাশি।

অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টি দুয়োগৰাকীকে এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Kokil Sarma
First published: