
শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুৰ গানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত
শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুৰ গানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত
হিমেশ ৰেশমিয়াই নিজৰ নতুন ছবিত গান গোৱাৰ সুবিধা প্ৰদান কৰিছে ‘Singing Sensation’ ৰাণু মণ্ডলক। শেহতীয়াকৈ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণুৰ গানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ তত্বাৱধানত ৰাণু মণ্ডলে কণ্ঠদান কৰা ‘ তেৰী মেৰী কাহানী’ গীতটোক এতিয়া সকলোৱে কৰিছে উচ্চ প্ৰশংসা।
কিন্তু সেই সময়তে একাংশই ছচিয়েল মিডিয়াত ৰাণু মণ্ডল আৰু হিমেশ ৰেশমিয়াক চৰম উপহাস কৰি শ্বেয়াৰ কৰিছে ভিডিঅ’।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|